ETV Bharat / state

দিনৰ 1 বজাৰ শীৰ্ষ 10 টা বাতৰি - দিনৰ 1 বজাৰ শীৰ্ষ 10 টা বাতৰি

দিনৰ 1 বজাৰ শীৰ্ষ 10 টা বাতৰি

TOP 10 AT 1 PM
দিনৰ 1 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Mar 7, 2022, 1:04 PM IST

আজি মাজুলীত উপ-নিৰ্বাচনৰ ভোটযুদ্ধ

আজি অৰ্থাৎ সোমবাৰে অনুষ্ঠিত হৈছে মাজুলী উপ-নিৰ্বাচনৰ(Majuli By Election 2022) ভোটদান প্ৰক্ৰিয়া ৷ ভোটযুদ্ধৰ পুৱাই গড়মূৰ আঞ্চলিক শ্ৰী শ্ৰী নীলকণ্ঠ শিৱ মন্দিৰ আৰু মাতৃৰ সমাধিস্থলীত সেৱা ল'লে বিজেপি সমৰ্থিত মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুৱন গামে(Bjp Candidate Bhuban Gam) ৷

Majuli By-Poll: ভোটাধিকাৰ সাব্যস্ত কৰিলে ভুবন গামে

মাজুলীৰ উপ নিৰ্বাচনৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুবন গামে ৷ পুৱাই পত্নীসহ আঠিয়াগুৰি মিচিং প্ৰাথমিক বিদ্যালয়ত ভোটাধিকাৰ সাব্যস্ত কৰিলে মাজুলীৰ বিজেপি, অগপ, সন্মিলিত গণশক্তি তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুবন গামে(Bjp Candidate Bhuban Gam) ।

ভোটদানৰ পূৰ্বে নীলকণ্ঠ শিৱ মন্দিৰত আৰ্শীষ ল’লে চিত্তৰঞ্জন বসুমতাৰীয়ে

সোমবাৰে পুৱা মাজুলীৰ গড়মূৰ আঞ্চলিক শ্ৰী শ্ৰী নীলকণ্ঠ শিৱ মন্দিৰত সেৱা ল’লে কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীয়ে(Chittaranjan Basumatary casts his vote) ।

Majuli By election: পুৱা 9 বজালৈ মাজুলীত সম্পন্ন 11.42 শতাংশ ভোটদান

অৱশেষত আৰম্ভ হ’ল বহু প্ৰত্যাশিত মাজুলীৰ উপ নিৰ্বাচন ৷ সোমবাৰে পুৱা 7 বজাৰ পৰা আৰম্ভ হোৱা এই ভোটদান প্ৰক্ৰিয়াৰ পুৱা 9 বজালৈকে সম্পন্ন হৈছে 11.42 শতাংশ ভোটদান ৷ জিলাখনৰ ১,৩৩,২২৭ গৰাকী ভোটাৰে আজি নিৰ্ণয় কৰিব মাজুলীৰ নিৰ্বাচনী প্ৰাৰ্থীৰ ভাগ্য ৷

Majuli by election: সকলোকে ভোটাধিকাৰ সাব্যস্ত কৰাৰ আহ্বান জনাৰ্দ্দন দেৱ গোস্বামীৰ

মাজুলী উপ নিৰ্বাচন 2022(Majuli by Election 2022)ত জিলাখনৰ প্ৰতিজন লোককে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামীয়ে(Xatradhikar Janardhan Dev Goswami ) ।

Majuli by election: পুৱা 11 বজালৈ মাজুলীত সম্পন্ন 32.40 শতাংশ ভোটদান

সোমবাৰে পুৱা 7 বজাৰ পৰা আৰম্ভ মাজুলীৰ ভোটদান প্ৰক্ৰিয়া (Majuli By election) ৷ পুৱা 11 বজালৈকে সম্পন্ন 32.40 শতাংশ ভোটদান (Majuli by election polling update) ৷

Karimganj murder case: জামাল উদ্দিনে যৌতুকৰ বাবে পত্নীক জ্বলাই দিয়াৰ অভিযোগ

কৰিমগঞ্জৰ মৈনা পঞ্চায়তৰ অন্তৰ্গত কোনাগ্ৰামত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা (Sensational incident IN Karimganj) ৷ খোদেজা বেগম নামৰ এগৰাকী মহিলাক হত্যা কৰি জ্বলাই দিয়াৰ এক কৰুণ ঘটনা সংঘটিত হৈছে কোনাগ্ৰাম গাঁৱত ৷

Russia Ukraine crisis: সাময়িক যুদ্ধ বিৰতি ঘোষণা ৰাছিয়ান সেনাৰ

ৰাছিয়ান সেনা বাহিনীয়ে যুদ্ধ বিৰতি ঘোষণা কৰিছে ইউক্ৰেইনত (Russian forces announce ceasefire in Ukraine)৷ কেইভ, খাৰকিভ, চামি আৰু মাৰিয়াপ’ল চহৰত যুদ্ধ বিৰতি ঘোষণা ৷ এই যুদ্ধ বিৰতিৰ সময়ত ইউক্ৰেইনৰ চহৰ সমূহৰ পৰা আবাসীসকলক স্থানান্তৰ কৰা প্ৰক্ৰিয়া ড্ৰোণৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব ৷

জাদেজাৰ ক্ৰীড়াৰ যাদুৰে শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথম টেষ্টত বৃহৎ জয় ভাৰতৰ

ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত প্ৰথমখন টেষ্ট মেচত বৃহৎ জয় ভাৰতৰ (India beats Sri Lanka in first test)৷ এটা ইনিংছ আৰু 222 ৰাণ পৰাস্ত সিংঘল বাহিনী ৷ জাদেজা আৰু আশ্বিনে গঢ়িলে অভিলেখ ৷

মিতালী ৰাজৰ শিৰত আন এক খিতাপ

ছয়খন এদিনীয়া বিশ্বকাপত খেলা তৃতীয়গৰাকী ক্ৰিকেটাৰ (পুৰুষ আৰু মহিলা) হিচাপে পৰিগণিত হৈছে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়ক মিতালী ৰাজে(India's ODI skipper Mithali Raj) ৷ ইয়াৰ পূৰ্বে শচীন তেণ্ডুলকাৰ আৰু জাভেদ মিয়াঁদাদে নামত আছিল এই খিতাপ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.