1 বজাৰ শীৰ্ষ দহটা বাতৰি - Russia Ukraine Conflict
1 বজাৰ শীৰ্ষ দহটা বাতৰি
Russia Ukraine Conflict : ২৪০ গৰাকী নাগৰিকৰ সৈতে হাংগেৰীৰ পৰা দিল্লীলৈ ৰাওনা এয়াৰ ইণ্ডিয়াৰ বিমান
ৰাছিয়া আৰু ইউক্ৰেইনৰ সংকটৰ মাজতে (Russia Ukraine Conflict) ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় লোকক উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰিছে কেন্দ্ৰীয় চৰকাৰে ।
কলিয়াবৰত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন
কলিয়াবৰৰ আমবাগান ভয়ংকৰ পথ দুৰ্ঘটনা ৷ থিতাতে নিহত মটৰচাইকে আৰোহী ৷
UP Fifth phase polling : 11 বজালৈ 21.39 শতাংশ ভোটগ্ৰহণ
পুৱা ৭ বজাৰে পৰা শান্তিপূৰ্ণভাৱে চলি আছে উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ (UP assembly election 2022) পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ । ১২ খন জিলাৰ ৬১ টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ । প্ৰায় ২.২৪ কোটি ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ৬৯২ গৰাকী প্ৰাৰ্থীৰ ।
কাজিৰঙাৰ কঁহৰা বনাঞ্চলত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ চাফাৰী
কাজিৰঙাৰ কহঁৰা বনাঞ্চলত দেওবাৰে পুৱা হাতী চাফাৰী আৰু জীপ চাফাৰী উপভোগ কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে (President Kovind visited the Kaziranga National Park) ৷
UP Fifth phase polling : পুৱা ৯ বজালৈ ৮.০২ শতাংশ ভোটগ্ৰহণ
পুৱা ৭ বজাৰে পৰা শান্তিপূৰ্ণভাৱে চলি আছে উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ (UP assembly election 2022) পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ । ১২ খন জিলাৰ ৬১ টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ । প্ৰায় ২.২৪ কোটি ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ৬৯২ গৰাকী প্ৰাৰ্থীৰ ।
কাজিৰঙাৰ কঁহৰা বনাঞ্চলত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ চাফাৰী
কাজিৰঙাৰ কহঁৰা বনাঞ্চলত দেওবাৰে পুৱা হাতী চাফাৰী আৰু জীপ চাফাৰী উপভোগ কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে (President Kovind visited the Kaziranga National Park) ৷
Majuli by election 2022 : মাজুলীৰ ৰাইজে নিমাতী কইনাক দিশপুৰলৈ নপঠায় : লুৰিণজ্যোতি গগৈ
সমাগত মাজুলী সমষ্টিৰ উপ নিৰ্বাচন (Majuli by Election 2022) ৷ 7 মাৰ্চত নিৰ্বাচন অনুষ্ঠিত হ’ব সমষ্টিটোত ৷ তাকে লৈ তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ ৷ শাসক-বিৰোধী সকলোৰে দৃষ্টি নিৱদ্ধ হৈ পৰিছে মাজুলীৰ আসনখনৰ প্ৰতি ৷
Russia Ukraine War: সুকলমে আছে ইউক্ৰেইনত আৱদ্ধ অলিভিয়া-হীৰক
ইউক্ৰেইনত চলি থকা বিভীষিকা (Russia Ukraine conflict) ৰ ফলত বহুলোকে প্ৰাণ হেৰুওৱাৰ লগতে আৱদ্ধ হৈ পৰিছে অস্থায়ীভাৱে দেশখনত বাস কৰা লোকসকল ৷ যাৰ ভিতৰত আছে একাধিক ভাৰতীয় নাগৰিক ৷
IAF chopper faces technical snag: ৰাষ্ট্ৰপতিৰ নিৰাপত্তাত নিয়োজিত হেলিকপ্টাৰৰ অথন্তৰ
ৰাষ্ট্ৰপতিৰ নিৰাপত্তাত নিয়োজিত হৈ থকা এখন হেলিকপ্টাৰ পতিত হয় দুৰ্ঘটনাত (IAF chopper faces technical snag) ৷ ৰাষ্ট্ৰপতিৰ নিৰাপত্তাত নিয়োজিত হৈ থকা হেলিকপ্টাৰ খনৰ চকা সোমাল অস্থায়ীভাৱে নিৰ্মিত হেলিপেডৰ বোকাত ৷
Covid status of India : দেশত যোৱা ২৪ ঘণ্টাত ২৪৩ গৰাকী ক'ভিড ৰোগীৰ মৃত্যু
দেশত ক'ভিডৰ সংক্ৰমণ হ্ৰাস হৈছে (Covid infection softens in India)। যোৱা ২৪ ঘণ্টাত আক্ৰান্ত ১০,২৭৩ গৰাকী লোক । মৃত্যু হৈছে ২৪৩ গৰাকী লোকৰ । দেশত ক'ভিডত মৃত্যুৰ সংখ্যা ৫,১৩,৭২৪ গৰাকীলৈ বৃদ্ধি ।