ETV Bharat / state

1 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Jan 30, 2022, 12:59 PM IST

1 বজাৰ শীৰ্ষ দহটা বাতৰি

top-10-at-1-pm
1 বজাৰ শীৰ্ষ দহটা বাতৰি

Covid 19 Update in Assam : ৰাজ্যত যোৱা 24 ঘন্টাত ক’ভিডত মৃত্যু 22 জনৰ

ৰাজ্যত ক’ভিড আক্ৰান্তৰ সংখ্যা আংশিক হ্ৰাস পাইছে যদিও বৰ্তমানেও আঁতৰা নাই ইয়াৰ ভয়াৱহতা ৷ শনিবাৰে 2,294 গৰাকী লোকৰ দেহত ধৰা পৰিছে ক’ভিড 19ৰ অৱস্থিতি ৷ পজিটিভিটি হাৰ হৈছে 6.41 ৷

এগৰাকী বড়ো ব্যক্তি ৰাজ্যসভালৈ যোৱাতো বিচাৰে প্ৰমোদ বড়োৱে

হাগ্ৰামা মহিলাৰী ৰাজ্যসভালৈ যোৱাৰ বাস্তৱ ভিত্তি নাই বুলি মন্তব্য বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ (Pramod Boro on Rajya sabha election)৷ ৰঞ্জন দৈমাৰী মুকলি আকাশৰ তললৈ অহাটো সকলোৱে বিচাৰে বুলিও প্ৰমোদ বড়োৱে উল্লেখ কৰে ৷

বন বিভাগৰ তৎপৰতাত প্ৰাণ ৰক্ষা পৰিল ছটাকৈ বন্য হস্তীৰ

গোৱালপাৰা জিলাত বিগত বহু বছৰ ধৰি অব্যাহত আছে হস্তী-মানৱ সংঘাত (Man elephant conflict in Goalpara) ৷ খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা হাতীৰ আক্ৰমণত কেতিয়াবা যদি মানুহৰ মৃত্যু হৈছে, আন কেতিয়াবা আকৌ বিভিন্ন কাৰণত মৃত্যু মুখত পৰা দেখা গৈছে বন্যহস্তী ৷

অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত তৃতীয়বাৰলৈ চলিল উচ্ছেদ অভিযান

কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত দেওবাৰৰ পৰাই আৰম্ভ প্ৰশাসনৰ তৃতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান(Eviction drive at Assam Nagaland border) ৷

Guwahati City Police: মহানগৰ আৰক্ষীৰ পোচাকত অসমীয়া নামফলক

এতিয়াৰে পৰা মহানগৰ আৰক্ষীৰ নাম পঢ়িব পাৰিব অসমীয়া ভাষাত (Police name plate in Assamese)৷ পোচাকত অসমীয়া ভাষাত লিখা নাম ফলক লগাবলৈ দিয়া হৈছে নিৰ্দেশনা ৷

Agriculture scam resumes: পুনৰ খোল খাইছে কংগ্রেছৰ আমোলত সংঘটিত 100 কোটিটকীয়া কৃষি কেলেংকাৰীৰ তদন্ত

সাতবছৰ পিছত পুনৰ তদন্তৰ আওতালৈ কংগ্ৰেছৰ আমোলত সংঘটিত এশ কোটিটকীয়া কৃষি কেলেংকাৰী (Agriculture scam resumes) ৷ শনিবাৰে CIDয়ে 2014 চনত সংঘটিত এই বৃহৎ কেলেংকাৰীত জড়িত 26 গৰাকী বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে 6 খন অভিযোগনামা দাখিল কৰে ।

Dredging of River Brahmaputra : আৰম্ভ হ’ল ব্ৰহ্মপুত্ৰৰ খনন কাৰ্য

বহু প্ৰতীক্ষাৰ অন্তত অৱশেষত ৰাজ্যত ব্ৰহ্মপুত্ৰ খননৰ কাম আৰম্ভ হৈছে (Dredging of River Brahmaputra) । আভ্যন্তৰীণ জল পৰিবহন প্ৰাধিকৰণৰ (IWAI) উদ্যোগত ধুবুৰীত ব্ৰহ্মপুত্ৰ নদীত খননৰ কাৰ্য ৷

কেন্দ্ৰীয় বাজেটত অসমৰ সামগ্ৰীক অৰ্থনৈতিক উন্নয়নৰ ওপৰত গুৰুত্ব দিয়ক...

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ১ ফেব্ৰুৱাৰীত উত্থাপন কৰিব ২০২২-২৩ বৰ্ষৰ কেন্দ্ৰীয় বাজেট (Nirmala Sitharaman will present the Budget )।

Assam Meghalaya border dispute : পুনৰ বৈঠকত মিলিত হ'ল দুই ৰাজ্যৰ মুখ্যমন্ত্রী

অসম-মেঘালয়ৰ সীমা সম্পৰ্কে সমাধানৰ সূত্ৰ বিচাৰি পুনৰ গুৱাহাটীৰ হোটেল ভিভাণ্টাত বৈঠকত মিলিত হ’ল অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা আৰু কনৰাড চাংমা (CMs of Assam Meghalaya meet over Assam Meghalaya border dispute) ৷

Cattle smuggling in Dhubri: বাংলাদেশলৈ সৰবৰাহৰ সময়তে জব্দ 7 টাকৈ গৰু

সমগ্ৰ ৰাজ্য়ৰ লগতে ধুবুৰীতো অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান (Cattle smuggling in Assam) ৷ ধুবুৰীত বাংলাদেশলৈ সৰবৰাহৰ চেষ্টা চলাঁওতেই আৰক্ষীয়ে জব্দ কৰিলে 7 টাকৈ গৰু ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.