ETV Bharat / state

1 বজাৰ শীৰ্ষ দহটা বাতৰি...

author img

By

Published : Nov 8, 2021, 1:02 PM IST

1 বজাৰ শীৰ্ষ দহটা বাতৰি...

top 10 at 1 pm
1 বজাৰ শীৰ্ষ দহটা বাতৰি

তুলিৰাম ৰংহাঙলৈ ভাৰত ভাৰ্চুৱেল ইউনিভাৰচিটিৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান

ভাৰত ভার্চুৱেল ইউনিভাৰ্ছিটি ফৰ পীচ এণ্ড ডেভেলপমেন্ট' বিশ্ববিদ্যালয়খনৰ পৰা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙক প্ৰদান কৰা হৈছে সম্মানীয় ডক্টৰেট ডিগ্ৰী ৷ শিক্ষা, শান্তি আৰু উন্নয়নৰ ক্ষেত্ৰখনত তেখেতে আগবঢ়োৱা অৱদানৰ বাবে ৰংহাঙক প্ৰদান কৰা হয় এই সম্মানীয় ডক্টৰেট ডিগ্ৰী ৷

সন্দেহজনক নগা দুৰ্বৃত্তৰ উপদ্ৰৱ : লুটি নিলে দহটাকৈ ম’হ

দেওবাৰে নিশা সোণাৰিত সন্দেহজনক নগা দুৰ্বৃত্ত(Naga Miscreant)ৰ উপদ্ৰৱ ৷ নিশাৰ ভাগতে নগা দুৰ্বৃত্তই লুটি নিলে দহটাকৈ ম’হ ৷ কিছুদিন ধৰি জিলাখনত নগা দুৰ্বৃত্তই চলোৱা উপদ্ৰৱৰ বাবে অতিষ্ঠ হৈ পৰিছে জিলাবাসী ৷

প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰৰ বাসগৃহত হঠাৎ CBI ৰ তালাচী

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ কণিষ্ঠ পুত্ৰ আশোক শইকীয়াৰ বাসভৱনত CBIৰ তালাচী ৷ পুৰণি গোচৰৰ অনুসন্ধানত CBI য়ে চলালে এই তালাচী ৷

CBI য়ে গ্ৰেপ্তাৰ কৰিলে হিতেশ্বৰ শইকীয়াৰ পুত্ৰক

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ পুত্ৰ আশোক শইকীয়াক গ্ৰেপ্তাৰ ৷ ঋণ কেলেংকাৰীৰ গোচৰত CBI য়ে গ্ৰেপ্তাৰ কৰে আশোক শইকীয়াক ৷

ভাতৃ অশোক শইকীয়াক গ্ৰেপ্তাৰ সন্দৰ্ভত কি ক’লে দেৱব্ৰত শইকীয়াই ?

ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ কণিষ্ঠ পুত্ৰ আশোক শইকীয়াক গ্ৰেপ্তাৰ ৷ CBI য়ে গ্ৰেপ্তাৰ কৰে আশোক শইকীয়াক ৷ এটা পুৰণি গোচৰৰ ভিত্তিত দেওবাৰে বিয়লি CBI য়ে তালাচী চলাই গুৱাহাটীৰ সৰুমটৰীয়াস্থিত অশোক শইকীয়াৰ বাসগৃহত ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi)ক হত্যাৰ ভাবুকি টুইটাৰ ব্যৱহাৰকাৰীৰ । উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ(Yogi Adityanath)কো হত্যা কৰাৰ ভাবুকি । কিন্তু কোনে হত্যাৰ ভাবুকি দিলে প্ৰধানমন্ত্ৰী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীক ?

আজি ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানীৰ জন্মদিন

আজি 94 বছৰত ভৰি দিলে বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানীয়ে ৷ তেওঁ 2002ৰ পৰা 2004 চনলৈ দেশৰ উপ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ চম্ভালিছিল ৷

ছত্তিশগড়ত সহকৰ্মীৰ গুলীত প্ৰাণ হেৰুৱালে ৪ চিআৰপিএফ জোৱানে

দীপাৱলীৰ সময়ত ছুটী নোপোৱাক লৈ ক্ষোভ । সহকৰ্মীৰ ওপৰতে নিৰ্বিচাৰ গুলীচালনা চিআৰপিএফ জোৱানৰ । গুলীচালনাত প্ৰাণ হেৰুৱালে ৪ জন চিআৰপিএফ জোৱানে । আহত হ'ল ৩ জন জোৱান ।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত উজলিল মাজুলীৰ গৌৰৱ

মাজুলীৰ ম'হকিনা গাঁৱৰ গৌৰৱ গায়নে গোৱাত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ নৱম সংখ্যক পৰম্পৰাগত মল্ল যুজৰ Mas-wrestling প্ৰতিযোগিতাত অৰ্জন কৰে সোণৰ পদক ৷

টি20 বিশ্বকাপ: ছেমি ফাইনেলৰ দৌৰৰ পৰা বাহিৰ হ’ব ভাৰত

আবু ধাবিত নিউজিলেণ্ডে আফগানিস্তানক পৰাস্ত কৰাৰ পাচতে ICC T20 বিশ্বকাপৰ (ICC T20 World Cup)ৰ ছেমি ফাইনেলত প্ৰৱেশৰ পৰা বঞ্চিত হ’ল টীম ইণ্ডিয়া(Team India) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.