ETV Bharat / state

1 বজাৰ শীৰ্ষ দহটা বাতৰি - ঈদ-উজ-জোহা

1 বজাৰ শীৰ্ষ দহটা বাতৰি...

1 বজাৰ শীৰ্ষ দহটা বাতৰি
1 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Jul 21, 2021, 1:05 PM IST

ক’ভিড নীতিৰ মাজেৰে পালন পবিত্ৰ ঈদ-উল-আজহা

ঈদ-উল-আজহা উৎসৱত নিহিত হৈ আছে ত্যাগৰ বাৰ্তা । ঈদ-উল-আজহা উদযাপনে ত্যাগ, কৰুণা, মানৱ প্ৰেম আৰু ভাতৃত্ববোধৰ মহান অনুভূতিৰে উদ্বুদ্ধ কৰে ।

লাভলীনালৈ শুভেচ্ছা মুখ্যমন্ত্ৰীৰ

টকিঅ' অলিম্পিক গ্ৰাউণ্ডত উপস্থিত হৈছে গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰৰ জীয়ৰী তথা বক্সাৰ লাভলীনা বৰগোঁহাই ৷ বক্সাৰ লাভলীনাক উৎসাহিত কৰাৰ উদ্দেশ্যে বুধাবাৰে গুৱাহাটী লাষ্টগেটৰ পৰা নেহৰু ষ্টেডিয়ামলৈ উলিওৱা হয় এক চাইকেল ৰেলী ৷

লাভলীনা বৰগোঁহাইলৈ মন্ত্ৰী-বিধায়কৰ শুভেচ্ছা

বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া মহোৎসৱ টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰি জাপানৰ টকিঅ'ত উপস্থিত হৈছে অসমৰ জীয়ৰী তথা বক্সাৰ লাভলীনা বৰগোঁহাই (Lovelina Borgohain) ৷

অনাড়ম্বৰভাৱে পালন ঈদ-উজ-জোহা

বুধবাৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ-উল-আজহা বা ঈদ- উজ-জোহা (Eid-ul-Azha) । সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ হোজাই জিলাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলেও অনুষ্টুপীয়াকৈ পালন কৰিছে পবিত্ৰ ঈদ-উজ-জোহা (Eid-ul-Azha)৷

পানী-যুঁৱলিত চিৎকাৰ ৰোগাগ্ৰস্ত গজৰাজৰ

চিৰাং জিলাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান (Manas National Park)ত নতুনকৈ সংযোজিত বিজনীৰ কুংলুং ৰেঞ্জৰ গভীৰ অৰণ্যত পানী-যুঁৱলিত আৱদ্ধ হৈ মৃত্যুৰে যুঁজিছে এটা বনৰীয়া মখনা হাতীয়ে ।

Pegasus ক বিৰোধীৰ ষড়যন্ত্ৰ আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰাৰ দীঘলীয়া ইতিহাসৰ বাবে কুখ্যাত এমেষ্টি ইণ্টাৰনেচনেল। এমেষ্টি ইণ্টাৰনেচনেলৰ দৰে সংস্থাক ভাৰতবৰ্ষত নিষিদ্ধ কৰিবলৈ দাবী উত্থাপন কৰে হিমন্ত বিশ্ব শৰ্মাই ৷

ভাৰতক মিগ-২৯ যুঁজাৰু বিমান হস্তান্তৰৰ যো-জা চলাইছে ৰাছিয়াই

ৰাছিয়াই ২১ খন মিগ-২৯ যুঁজাৰু বিমান প্ৰদান কৰাৰ বাবে ভাৰতক এক বাণিজ্যিক প্ৰস্তাৱ (Commercial offer) প্ৰদান কৰিছে ।

ৱেব চিৰিজত কাম দিয়াৰ বিনিময়ত ৰাজ কুন্দ্ৰাই বিচাৰিছিল Nude Audition

ৰাজ কুন্দ্ৰাৰ (Raj Kundra) গ্ৰেপ্তাৰৰ পিছতে মুম্বাইৰ এগৰাকী মডেলৰ এটি ভিডিঅ’ই খলকনি তুলিছে সামাজিক মাধ্যমত ৷ ভিডিঅ’টোত মডেলগৰাকীয়ে অভিযোগ কৰা অনুসৰি ৰাজ কুন্দ্ৰাই প্ৰযোজনা কৰা এখন ৱেব চিৰিজত কাম কৰাৰ বাবে তেওঁক ‘নিউড অডিশ্বন’(Nude Audition) বিচৰা হৈছিল ৷

এটোপাল পানীৰ বাবে সংঘৰ্ষ

মধ্যপ্ৰদেশৰ ঝাবুৱা প্ৰদেশৰ এটা বিস্তীৰ্ণ অঞ্চল, য’ত মানুহে পানীৰ বাবে নিজৰ প্ৰাণ পৰ্যন্ত সংকটত পেলাবলৈ কুণ্ঠাবোধ নকৰিছিল ৷

আফগান ৰাষ্ট্ৰদূতৰ কন্যাৰ অপহৰণত ভাৰতক সাঙুৰিলে পাকিস্তানে

ভাৰত আৰু আফগানিস্তানৰ বিৰুদ্ধে আফগান ৰাষ্ট্ৰদূতৰ কন্যাৰ অপহৰণ সম্পৰ্কীয় তথ্য বিকৃত কৰাৰ অভিযোগ উত্থাপন কৰিছে পাকিস্তানৰ এগৰাকী মন্ত্ৰীয়ে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.