ETV Bharat / state

1 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Jun 29, 2021, 1:09 PM IST

1 বজাৰ 10 টা শীৰ্ষ বাতৰি...

1 বজাৰ 10 টা শীৰ্ষ বাতৰি
1 বজাৰ 10 টা শীৰ্ষ বাতৰি

Cyber Crime নিয়ন্ত্ৰণ কৰিবলৈ অসম আৰক্ষীত নতুন সংযোজন

সমগ্ৰ দেশৰ লগতে অসমতো ভয়াৱহভাৱে বৃদ্ধি পাইছে ছাইবাৰ অপৰাধ(Cyber Crime) জনিত ঘটনা ৷ এই ধৰণৰ ঘটনা হ্ৰাস কৰাৰ উদ্দেশ্যে অসম আৰক্ষী(Assam Police)ত কৰা হৈছে নৱতম সংযোজন ৷ অৱলম্বন কৰিছে নতুন কৌশল ৷

উন্নয়নৰ স্বাৰ্থত পাহাৰ খনন স্বাভাৱিক: পৰিমল শুক্লবৈদ্য

বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য (Excise Minister Parimal Suklabaidya)ই কামৰূপ জিলাত হোৱা ব্যাপক পাহাৰখনন সন্দৰ্ভত টুলুঙা মন্তব্য কৰি বন ধ্বংসক যে আওপকীয়াভাবে সমৰ্থন জনাই তাৰেই ইংগিত দিয়ে ৷

কলগাছিয়াৰ বেঁকী নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ প্ৰচেষ্টা ৰাইজৰ

কলগাছিয়াৰ কাউৰজাহীত ৰাইজৰ উদ্যোগত বেঁকী নদী (Beki River) ৰ গৰাখহনীয়া (Erosion) প্ৰতিৰোধৰ প্ৰচেষ্টা । বছৰ বছৰ ধৰি স্থানীয় জনপ্ৰতিনিধি আৰু চৰকাৰে খহনীয়া প্ৰতিৰোধৰ কোনো ব্যৱস্থা নকৰাত ঘৰে ঘৰে বাহ সংগ্ৰহ কৰি পাৰ্কুপাইন নিৰ্মাণ কৰিবলগীয়া হৈছে ৰাইজে ।

জানুৱাৰীত মুকলি কৰাৰ সম্ভাৱনা শুৱালকুছি ষ্টেডিয়াম

বস্ত্ৰ নগৰী শুৱালকুছিত নিৰ্মাণ হৈ থকা ষ্টেডিয়ামখন সোমবাৰে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী বিমল বৰাই পৰিদৰ্শন কৰে ৷ ষ্টেডিয়ামখন নিৰ্মাণৰ বাবে 26 কোটি টকা ধাৰ্য কৰা হৈছিল যদিও অতিৰিক্তভাবে 14 কোটি টকা ব্যয় হোৱাৰ আশা কৰা হৈছে ৷

এজাক বৰষুণতে খহি পৰিল বঙাইগাঁও শোধনাগাৰৰ দেৱাল

সাধাৰণ বৰষুণতে বঙাইগাঁও শোধনাগাৰ (Bongaigaon refinery)ৰ ৩০ মিটাৰ দেৱাল (Boundary wall) খহি পৰে । কথমপি ৰক্ষা পৰে বহু পথচাৰী । শোধনাগাৰ কৰ্তৃপক্ষৰ অৱহেলাৰ বাবেই এই ভয়ংকৰ ঘটনা সংঘটিত হোৱা বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷

ৰাজ্যত পুনৰ মহিলা চিকিৎসকক যৌন নিৰ্যাতন সতীৰ্থৰ

ডিব্ৰুগড় জিলাত পুনৰ সংঘটিত সতীৰ্থ যুৱতী চিকিৎসকক ধৰ্ষণৰ চাঞ্চল্যকৰ ঘটনা ৷ অসম চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী চিকিৎসকৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ ৷ ইতিমধ্যে অভিযুক্ত চিকিৎসক গৰাকীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ৷

ঘৰে ঘৰে গৈ অবৈধ বিদ‍্যুৎ সংযোগ কৰ্তন APDCL ৰ

অসৎ গ্ৰাহকৰ বিৰুদ্ধে কলিয়াৰত অসম শক্তি বিতৰণ নিগমৰ অভিযান ৷ বক্ৰ পথেৰে বিদ‍্যুৎ ব‍্যৱহাৰ কৰা গ্ৰাহকৰ বিৰুদ্ধে শক্তি প্ৰদৰ্শন শক্তি বিভাগৰ ৷ অসৎ গ্ৰাহকক ৰেহাই নিদিয়াৰ সংকল্প লৈছে শক্তি বিভাগে ৷

ভ্ৰাম্যমাণৰ কৰ্মীৰ জীৱনলৈ কৰ'ণাই আনিলে অন্ধকাৰ

বিগত ৫৭ টা বছৰজুৰি অসমৰ চুকে-কোণে বিপুল জনপ্ৰিয়তাৰে দপদপাই থকা ভ্ৰাম্যমাণ থিয়েটাৰ বন্ধ হৈ পৰাত অমানিশা নামি আহিল হাজাৰ জনৰ জীৱন জীৱিকাৰ প্ৰতি ৷ তেনেই এগৰাকী ভ্ৰাম্যমাণৰ কৰ্মী নলবাৰীৰ দিনেশ ডেকা ৷

প্ৰধানমন্ত্ৰী কৃষি সঞ্চয় যোজনা আঁচনি ৰূপায়নত হেমাহি

খৰালি কৃষকক সকাহ দিয়াৰ উদ্দেশ্যে জলসিঞ্চন বিভাগে আমগুৰিত প্ৰধানমন্ত্ৰী কৃষি সঞ্চয় যোজনা আঁচনি ৰূপায়ন কৰিছিল যদিও আঁচনি ৰূপায়নত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে ৷ সমষ্টিটোত চ'লাৰ প্ৰজেক্ট (solar project) আৰু ইলেক্ট্ৰীকেল প্ৰজেক্ট (Electrical project) ৰূপায়ণৰ বাবে বৃহৎ পুঁজি আবন্টন দিয়া হৈছিল ৷

আই নদীৰ গৰাখহনীয়াই ভাবুকি কঢ়িয়াইছে উত্তৰ অভায়াপুৰী সমষ্টিলৈ

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁও জিলাৰ উত্তৰ অভায়াপুৰী সমষ্টিৰ মাজেৰে বৈ যোৱা আই নদীৰ গৰাখহনীয়াই পুনৰ আতংকৰ সৃষ্টি কৰিছে জাৰাগুৰিত ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.