ETV Bharat / state

দিনৰ 1 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Dec 7, 2020, 1:01 PM IST

দিনৰ 1 বজাৰ শীৰ্ষ দহটা বাতৰি...

TOP 10 AT 1 PM
দিনৰ 1 বজাৰ শীৰ্ষ দহটা বাতৰি

ভোটাধিকাৰ সাব্যস্ত প্ৰমোদ বড়ো আৰু বিশ্বজিৎ দৈমাৰীৰ

আজি অনুষ্ঠিত হৈছে বড়োলেণ্ড টেৰিটৰীয়েল কাউন্সিল (বিটিচি)ৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ৷ বিটিচিবাসী ৰাইজৰ লগতে ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়ো আৰু ন বিজেপি তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ৷

বিটিচি নিৰ্বাচন : ওদালগুৰিৰ ভোটদানৰ শেহতীয়া তথ্য

ওদালগুৰিৰ বিটিচি পৰিষদীয় প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পুৱা 10 বজালৈ আপডেট...

শান্তিপূৰ্ণভাৱে ভোট দানৰ আহ্বান বিপিএফৰ প্ৰাৰ্থী অনচুমৈ খুংগুৰ বড়োৰ

পুৱা 7.30 বজাৰ পৰা আৰম্ভ হৈছে বিটিচিৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ৷ ভোটদানত প্ৰত্যক্ষ কৰা হৈছে ৰাইজৰ উৎসাহ ৷

ধনশিৰিত ভোটাধিকাৰৰ বাবে প্ৰশাসনৰ বিশেষ পদক্ষেপ

ধনশিৰিত প্ৰশাসনৰ উদ্যোগত ভােটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত পুনৰীক্ষণ শিৱিৰ অনুষ্ঠিত হয় ৷ প্রাপ্তবয়স্ক নাগৰিকসকলে যাতে ভােটদান প্রক্রিয়াত অংশগ্রহণ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই অনুষ্ঠানৰ আয়োজন কৰে প্ৰশাসনে ৷

কৃষক বিদ্ৰোহ সন্দৰ্ভত ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিব শাৰদ পাৱাৰে

অহা ৯ ডিচেম্বৰত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সাক্ষাৎ কৰিব এন চি পি প্ৰধান শাৰদ পাৱাৰে । দিল্লীত অব্যাহত থকা কৃষক বিদ্ৰোহ সন্দৰ্ভত ৰাষ্ট্ৰপতিৰে আলোচনা কৰিব । অহা ৮ ডিচেম্বৰত প্ৰতিবাদী কৃষক সমাজে ভাৰত বন্ধৰ আহ্বান জনাইছে ।

জম্মু-কাশ্মীৰৰ চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনত 249 গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দিতা

জম্মু-কাশ্মীৰৰ 34 টা উন্নয়ন পৰিষদীয় সমষ্টিৰ ভিতৰত 17 টা জম্মু-কাশ্মীৰৰ ক্ষেত্ৰভূমিত অন্তৰ্ভুক্ত ৷ চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনী প্ৰক্ৰিয়াত জম্মু-কাশ্মীৰৰ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মুঠ 280 টা জিলা উন্নয়ন পৰিষদীয় সমষ্টিৰ ভিতৰত 34 টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হৈ আছে ৷ মুঠ 249 গৰাকী প্ৰাৰ্থীৰ সমৰ্থনত ভোটদান কৰিব জম্মু-কাশ্মীৰবাসীয়ে ৷

বিটিচি নিৰ্বাচনত ইউপিপিএলক ভোট দিয়াৰ বাবে আহ্বান উলামা কাউঞ্চিলৰ

ইউপিপিএললৈ উলামা কাউঞ্চিলৰ মুকলি সমৰ্থন ৷ বিপিএফে সংখ্যালঘু সকলক প্ৰৱঞ্চনা কৰি অহাৰ অভিযোগ উত্থাপন উলামা কাউঞ্চিলৰ ৷ 15 বছৰে বিপিএফে সংখ্যালঘু লোকসকলক ঠগ-প্ৰৱঞ্চনা কৰি অহাৰ অভিযোগ ৷ বিটিচি নিৰ্বাচনত সংখ্যালঘু লোকসকলক ইউপিপিএলত ভোট দিয়াৰ বাবে আহ্বান কাউঞ্চিলৰ ৷

বিশ্বনাথত মাছমৰীয়াক আটক কৰাক লৈ সৰৱ জিলা প্ৰদেশ কংগ্ৰেছ

দেওবাৰে বিশ্বনাথত 24 জন মাছমৰীয়াক আটক কঁহৰা বন বিভাগৰ ৷ শীঘ্ৰেই মাছমৰীয়া কেইজনক মুকলি কৰি নিদিলে মাছমৰীয়া পৰিয়ালৰ সহযোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ বিশ্বনাথ জিলা প্ৰদেশ কংগ্ৰেছৰ ৷

বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিব তেলেগু অভিনেত্ৰী বিজয়া শান্তিয়ে

তেলেগু অভিনেত্ৰী বিজয়া শান্তিয়ে সোমবাৰে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰিব ৷ দেওবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে অভিনেত্ৰীগৰাকীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.