ETV Bharat / state

সোমবাৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী মুখতাৰ আব্বাছ নাকভি

author img

By

Published : Mar 28, 2021, 5:31 PM IST

Updated : Mar 28, 2021, 7:18 PM IST

বৰাকত দুখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লৈ দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব মুখতাৰ আব্বাছ নাকভিয়ে । সোমবাৰে পুৱা ৮.২০ বজাত তেওঁ দিল্লীৰ পৰা বিশেষ বিমানযোগে গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰলৈ আহিব ।

সোমবাৰে অসমত কেন্দ্ৰীয় মন্ত্রী মুখতাৰ আব্বাছ নাকভি

গুৱাহাটী, ২৮ মাৰ্চ: ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন সম্পন্ন হোৱাৰ পাচত দ্বিতীয় আৰু তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিয়ান অব্যাহত আছে । ২৯ মাৰ্চ সোমবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী মুখতাৰ আব্বাছ নাকভি । সোমবাৰে পুৱা ৮.২০ বজাত তেওঁ দিল্লীৰ পৰা বিশেষ বিমানযোগে গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰলৈ আহিব ।

তাৰ পাচত গুৱাহাটীৰ পৰা তেওঁ শিলচৰলৈ যাব আৰু বদৰপুৰত দিনৰ ১২.৩৫ বজাত দলীয় প্ৰাৰ্থী বিশ্বৰূপ ভট্টাচাৰ্যৰ হৈ এখন নিৰ্বাচনী সভাত ভাগ ল'ব । ইয়াৰ পাচতে তেওঁ দিনৰ ২.৫৫ বজাত সোণাইৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লৈ প্ৰাৰ্থী আমিনুল হক লস্কৰৰ হৈ প্ৰচাৰ চলাব । সোমবাৰে তেওঁ বৰাকৰ দুখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লৈ বিশেষ বিমানযোগে পুনৰ গুৱাহাটীলৈ আহিব ।

লগতে পঢ়ক: সভাৰ মাজতে মঞ্চৰ পৰা বাগৰিল ফণীভূষণ চৌধুৰী

Last Updated : Mar 28, 2021, 7:18 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.