ETV Bharat / state

ক্ষেত্ৰীৰ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ বৃহৎ চুৰি চক্ৰ

চোৰাং চাহপাত চোৰ আৰু গৰু চোৰৰ এটা দলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ক্ষেত্ৰী আৰক্ষী ৷

author img

By

Published : Jun 11, 2019, 4:29 PM IST

ক্ষেত্ৰীৰ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ বৃহৎ চুৰি চক্ৰ

গুৱাহাটী,11 জুনঃ ক্ষেত্ৰী আৰক্ষীৰ সফল অভিযানত উৎখাত দুটাকৈ বৃহৎ চুৰি চক্ৰ ৷ দুদিন পূৰ্বে ক্ষেত্ৰী আৰক্ষীয়ে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উদ্ধাৰ কৰিছিল এখন ট্ৰাক । ট্ৰাক খনত আছিল চাহপাত কিন্তু গাড়ীত নাছিল চালক অথবা হেন্দিমেন । আৰক্ষীৰ সন্দেহ ওপজাত আৰক্ষীয়ে ট্ৰাক খন লৈ আহিল থানালৈকে। পৰৱৰ্তী সময়ত আৰক্ষীয়ে তদন্তত গম পালে যে গাড়ী খনৰ পৰা চোৰ হৈছিল চাহপাত । প্ৰায় 17 লাখ টকাৰ চাহপাত শিৱসাগৰৰ পৰা কঢ়িয়াই ট্ৰাক খন আহিছিল গুৱাহাটী মহানগৰীলৈ । ট্ৰাক খনৰ চালকে চোৰাংকৈ 70 বেগ চাহপাত বিক্ৰী কৰিলে বেলতলাৰ দিগন্ত মেধি নামৰ লোক জনক । পৰৱৰ্তী সময়ত আৰক্ষীয়ে অভিযান চলায় চুৰি কাণ্ডৰ লগত জড়িত ট্ৰাক চালকৰ সৈতে চুৰি চাহপাত ক্ৰয় কৰা দিগন্ত মেধি আৰু এই চুৰি চক্ৰৰ অন্যতম সুৰেশ ৰয় নামৰ দালালটোক নগদ এক লাখ সাত হাজাৰ টকা সহ আটক কৰিবলৈ সক্ষম হয় । সম্প্ৰতি আৰক্ষীয়ে 131 বেগ চাহপাত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।

আনহাতে আজি পুৱতি নিশা ক্ষেত্ৰীৰ টোপাতলীৰ পৰা আৰক্ষীয়ে 5 টাকৈ গৰু চোৰক AS-02-BC-2636 নাম্বাৰৰ বলোৰ গাড়ী সহ আটক কৰিবলৈ সক্ষম হয় । আৰক্ষীৰ জেৰাত সদৰী কৰা মতে গৰু চোৰ কেইটাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত দীৰ্ঘ দিনৰ পৰা গৰু চুৰি কৰি আহিছিল ।

a_ghy_803_11june_thieft_arrested_visual_as10001

ক্ষেত্ৰী আৰক্ষীৰ সফল অভিযান উৎসাত কৰিলে দুটাকৈ বৃহৎ চুৰি চক্ৰ আৰু আটক কৰিলে চুৰি চক্ৰৰ লগত জড়িত ৮টা কৈ চোৰক । দুদিন পূৰ্বে ক্ষেত্ৰী আৰক্ষীয়ে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উদ্ধাৰ কৰিছিল এখন ট্ৰাক। ট্ৰাক খনত আছিল চাহপাত কিন্তু গাড়ীত নাছিল চালক অথবা হেন্দিমেন। সন্দেহ উপজিল আৰক্ষীৰ আৰক্ষীয়ে ট্ৰাক খন লৈ আহিল আৰক্ষী থানালৈকে। পৰৱৰ্তী সময়ত আৰক্ষীয়ে তদন্তত গম পালে যে গাড়ী খনৰ পৰা চোৰ হৈছিল চাহপাত। প্ৰায় ১৭লাখ টকাৰ চাহপাত  শিৱসাগৰৰ পৰা কঢ়িয়াই ট্ৰাক খন আহিছিল গুৱাহাটী মহানগৰীলৈ। ট্ৰাক খনৰ চালকে চোৰাংকে 70 বেগ চাহপাত বিক্ৰী কৰিলে বেলতলাৰ দিগন্ত মেধি নামৰ লোক জনক।পৰৱৰ্তী সময়ত আৰক্ষীয়ে অভিযান চলাই চুৰি কাণ্ডৰ লগত জড়িত ট্ৰাক  চালকৰ সৈতে চুৰি চাহপাত ক্ৰয় কৰা দিগন্ত মেধি আৰু এই চুৰি চক্ৰৰ অন্যতম সুৰেশ ৰয় নামৰ দালালটোক নগদ এক লাখ সাত হাজাৰ টকা সহ আটক কৰিবলৈ সক্ষম হয়। সম্প্ৰতি আৰক্ষীয়ে ১৩১বেগ চাহপাত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।
আন হাতে আজি পুৱতি নিশা ক্ষেত্ৰীৰ টোপাতলীৰ পৰা আৰক্ষীয়ে ৫টা কৈ  গৰু চোৰক  AS-02-BC-2636 নাম্বাৰৰ বলোৰ গাড়ী সহ আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ জেৰাত সদৰী কৰা মতে গৰু চোৰ কেইটাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত দীৰ্ঘ দিনৰ পৰা গৰু চুৰি কৰি আহিছিল।

Visual at Ftp

Asrar Ansari 
  Guwahati 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.