ETV Bharat / state

আমিনগাঁৱত ধাৰাবাহিকভাৱে চুৰিকাণ্ড - গৌৰীপুৰ আৰক্ষী চকী

বুধবাৰে নিশা আমিনগাঁৱৰ চাৰিখনকৈ দোকানত চোৰে চাফাই অভিযান চলাই ৷ আৰক্ষীৰ নাকৰ তলতেই চোৰে এই চুৰিকাণ্ড সংঘটিত কৰে ৷

gauhati
গুৱাহাটী
author img

By

Published : Dec 26, 2019, 4:40 PM IST

গুৱাহাটী, 26 ডিচেম্বৰঃ বিগত কিছু দিনৰ পৰা আমিনগাঁৱত ধাৰাবাহিকভাৱে চুৰিকাণ্ডৰ ঘটনা সংঘটিত হোৱা তথ্য পোহৰলৈ আহিছে ৷ একেদৰে বুধবাৰে নিশাও আমিনগাঁৱৰ জয়গুৰুত চোৰে চাৰিখনকৈ দোকানত তাণ্ডৱ চলাই ৷

চাৰিখনকৈ দোকানত চোৰে চলালে তাণ্ডৱ
চাৰিওখন দোকানৰ তলা ভাঙি চোৰে সকলো সামগ্ৰীৰ সৈতে নগদ ধন লুট কৰি নিয়ে ৷ উল্লেখ্য যে উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষী চকীৰ নাকৰ তলতেই চোৰে এই উপদ্ৰৱ চলাই আহিছে ৷ আৰক্ষীৰ পহৰাৰ মাজতেই চোৰে অঞ্চটোত এনে ধৰণৰ উপদ্ৰৱ চলোৱাত অঞ্চলবাসীৰ মনত আতংকৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক - কি ক'লে প্ৰাক্তন বিধায়িকা ৰুমী নাথে

Intro:আমিনগাঁও ধাৰাবাহিক চুৰিকাণ্ডৰ ঘটনা। নিশা আমিনগাঁও জয়গুৰুৰ চাৰিখনকৈ দোকানত চোৰৰ লুট পাত।দুখন হোটেল, হোলচেল আৰু পান দোকানত চলিল চোৰৰ চাফাই অভিযান।

Body:তলা ভাঙি প্ৰৱেশ কৰা চোৰৰ দলে লুটিলে এইখন হোলচেল দোকানৰ সকলোবোৰ সমগ্রী ।বাহিৰত পৰি ৰৈছে এইসমূহ খালি কাৰ্টুন।লুটিলে নগদ ধন সহ হোটেলৰ
তিনিটাকৈ ছিলিণ্ডাৰ।দুভোগীয়া চোৰে নেৰিলে বিক্ৰী কৰিবলৈ আনি থোৱা পিয়াজ ।আনকি চকলেটৰ টেমা বাদ নপৰিল চোৰৰ চাফাই অভিযান ত ।

Conclusion:চোৰৰ দলে লুটি নিলে আটাইকেইখন দোকানৰ মূল্যবান সামগ্ৰী সহ বহু নগদ ধন।উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষী চকীৰ নাকৰ তলতেই চোৰে চলালেএই উপদ্ৰপ।আৰক্ষী ৰ
তহলদাৰী মাজতে সং ঘাটিত হোৱা চুৰিকাণ্ড আৰক্ষী ৰ ফুফলস্বৰূপ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.