ETV Bharat / state

শুকুৰবাৰৰ পৰা ৰাজ্যত পুনৰ আৰম্ভ হ’ব বাছ সেৱা

বিভিন্ন প্ৰতিবাদৰ অন্তত অৱশেষত মটৰ পৰিবহণ সন্থাৰ দাবী মানি ল’লে চৰকাৰে। ৰাজ্যত এতিয়াৰে পৰা ১০০% যাত্ৰীৰে চলাব পাৰিব বাছ । শুকুৰবাৰৰ পৰা ৰাজপথত চলিব যাত্ৰীবাহী বাছ ৷

কাইলৈৰ পৰা ৰাজপথত চলিব যাত্ৰীবাহী বাছ
কাইলৈৰ পৰা ৰাজপথত চলিব যাত্ৰীবাহী বাছ
author img

By

Published : Oct 8, 2020, 10:38 PM IST

গুৱাহাটী, 8 অক্টোবৰ : শুকুৰবাৰৰ পৰা ৰাজপথত চলিব যাত্ৰীবাহী বাছ ৷ বিভিন্ন প্ৰতিবাদৰ অন্তত অৱশেষত মটৰ পৰিবহণ সন্থাৰ দাবী মানি ল’লে চৰকাৰে। ৰাজ্যত এতিয়াৰে পৰা ১০০ শতাংশ যাত্ৰীৰে চলাব পাৰিব বাছ ।

কাইলৈৰ পৰা ৰাজপথত চলিব যাত্ৰীবাহী বাছ
কাইলৈৰ পৰা ৰাজপথত চলিব যাত্ৰীবাহী বাছ
চৰকাৰৰ সিদ্ধান্তৰ পাছতেই চকাবন্ধ প্ৰত্যাহাৰ ঘোষণা কৰে সন্থাটোৱে ৷ কাইলৈৰ পৰা ৰাজ্যজুৰি পুনৰ চলিব যাত্ৰীবাহী বাছ। মটৰ পৰিবহন সন্থাই ঘোষণা কৰা চকাবন্ধৰ ফলত হাৰাশাস্তিৰ সন্মুখীন হৈছিল জনসাধাৰণ ৷ যাৰ বাবে চৰকাৰে মানি ল'লে মটৰ পৰিবহন সন্থাটোৰ দাবী ৷

লগতে পঢ়ক:ঐতিহাসিক বাণ থিয়েটাৰৰ নতুন প্ৰেক্ষাগৃহৰ শুভাৰম্ভণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.