ETV Bharat / state

ৰেকৰ্ড ভংগ কৰি গুৱাহাটীত পাৰাস্তম্ভই স্পৰ্শ কৰিলে 39 ডিগ্ৰী

গুৱাহাটীৰ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিলে তাপমাত্ৰাই । বৃহস্পতিবাৰৰ দিনটোত তাপমাত্ৰাই চুলেগৈ ৩৯ ডিগ্ৰি ছেলছিয়াছ । ইয়াৰ পূৰ্বে ২০১৩ চনৰ ১২ জুনত তাপমাত্ৰা আছিল ৩৮.৮ ডিগ্ৰি ছেলছিয়াছ ।

পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি পাৰাস্তম্ভয়ে স্পৰ্শ কৰিলে ৩৯ ডিগ্ৰি ছেলছিয়াছ
author img

By

Published : Jun 13, 2019, 10:37 PM IST

Updated : Jun 18, 2019, 10:57 AM IST

গুৱাহাটী, 13 জন: উৎকট গৰমে দহিছে ৰাজ্যবাসীক । গুৱাহাটীত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিলে তাপমাত্ৰাই । বৃহস্পতিবাৰৰ দিনটোত তাপমাত্ৰাই চুলেগৈ ৩৯ ডিগ্ৰী ছেলছিয়াছ । ইয়াৰ পূৰ্বে ২০১৩ চনৰ ১২ জুনত তাপমাত্ৰা আছিল ৩৮.৮ ডিগ্ৰী ছেলছিয়াছ । অৱশ্যে গৰমৰ পৰা শীঘ্ৰে পৰিত্ৰাণ পাব ৰাজ্যবাসীয়ে ৷ কিয়নো আগন্তুক ১৪ তাৰিখৰ পৰা ১৮ তাৰিখলৈ অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ কিছু কিছু ঠাইত আহিব বৰষুণ ।

পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি পাৰাস্তম্ভয়ে স্পৰ্শ কৰিলে ৩৯ ডিগ্ৰি ছেলছিয়াছ

লগতে পঢ়ক: জন্মভূমিত শ্বহীদ নিৰোদ শৰ্মাৰ নশ্বৰ দেহ

আনহাতে আগন্তুক ২৪ ঘন্টাৰ ভিতৰত গুৱাহাটীৰ আকাশ ডাৱৰীয়া হোৱাৰ লগতে কিছু কিছু ঠাইত পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে । এই তথ্য সদৰী কৰিলে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।

Slug:-As_kam_13june_tempatur_record_broke_801-802_vis+bite+photo_as10020

পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি তাপমাত্ৰাই চুলে গৈ ৩৯ ডিগ্ৰি ছেলছিয়াছ ।

Vo..উৎকৎ গৰমে দহিছে ৰাজ্যবাসীক । গৰমৰ পৰা পৰিত্ৰান বিছাৰিছে হাহাকাৰ কৰিছে সকলোৱে । হয়,গৰম নো নহ'ব কিয় গুৱাহাটীৰ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিলে তাপমাত্ৰাই । বৃহস্পতিবাৰৰ দিনটোত তাপমাত্ৰাই চুলে গৈ ৩৯.০ ডিগ্ৰি ছেলছিয়াছ । ইয়াৰ পূৰ্বে ২০১৩ চনৰ ১২ জুনত তাপমাত্ৰা আছিল ৩৮.৮ ডিগ্ৰি ছেলছিয়াছ । অৱশ্যে গৰমৰ পৰা সীঘ্ৰে পৰিত্ৰান পাব ৰাজ্যবাসীয়ে কিয়ণো আগন্তুক ১৪ তাৰিখৰ পৰা ১৮ তাৰিখলৈ অসমৰ লগতে উত্তৰ-পুৰ্বাঞ্চলৰ কিছু কিছু ঠাইত আহিব বৰষুণ । আনহাতে আগন্তুক ২৪ ঘন্টাৰ ভিতৰত গুৱাহাটীৰ আকাশ ডাৱৰীয়া হোৱাৰ লগতে কিছু কিছু ঠাইত পাতলীয়া বৰষুণ বৰষুণ অহাৰ সম্ভাৱনা আছে । এই তথ্য সদৰি কৰিলে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।

Bite..বতৰ বিজ্ঞানী ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam

Last Updated : Jun 18, 2019, 10:57 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.