ETV Bharat / state

পিতৃৰ হৈ বঁটা গ্ৰহণ কৰি অত্যন্ত সুখী তেজ হাজৰিকা

ডঃ ভূপেন হাজৰিকাৰ হৈ পুত্ৰ তেজ হাজৰিকাই পিতৃৰ হৈ গ্ৰহণ কৰে এই বঁটা ৷

ডঃ ভূপেন হাজৰিকালৈ মৰণোত্তৰভাৱে ভাৰত ৰত্ন বঁটা
author img

By

Published : Aug 11, 2019, 3:54 PM IST

গুৱাহাটী,11 আগষ্টঃ মৰণোত্তৰভাৱে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাক প্ৰদান কৰা হ'ল ভাৰত ৰত্ন বঁটা। পুত্ৰ তেজ হাজৰিকাই এই বঁটা গ্ৰহণ কৰাৰ পিছত সপৰিয়ালে আহি উপস্থিত হৈছে গুৱাহাটী মহানগৰীত। মহানগৰীৰ এখন হোটেলত সংবাদ মাধ্যমৰ সৈতে আলোচনাত মিলিত হয় তেজ হাজৰিকা ।

ডঃ ভূপেন হাজৰিকালৈ মৰণোত্তৰভাৱে ভাৰত ৰত্ন বঁটা

তেজ হাজৰিকাই জানিবলৈ দিয়ে যে এই বঁটা গ্ৰহণ কৰি তেখেত স্বাভাৱিকতে সুখী। অসমৰ ৰাইজক ধন্যবাদ দি কয় যে অসমৰ ৰাইজৰ বাবেই এই বঁটা পাবলৈ সক্ষম হৈছে ডঃ ভূপেন হাজৰিকাই। লগতে তেওঁ জানিবলৈ দিয়ে যে ভাৰত ৰত্ন এই সন্মানীয় বঁটা তেওঁ বিদেশলৈ লৈ যাব নে ডঃ ভূপেন হাজৰিকা স্মাৰক ন্যাসৰ হাতত গতাই দিব সেয়া ন্যাসৰ লগত আলোচনা মৰ্মে অনাগত দিনত জানিবলৈ দিব অসমৰ ৰাইজক ।

Intro:মৰুণোত্তৰ ভাৱে সুধাকণ্ঠ ডাঃ ভূপেন হাজৰিকাক প্ৰদান কৰা হল ভাৰত ৰত্ন বঁটা। পুত্ৰ তেজ হাজৰিকাই এই বঁটা গ্ৰহণ কৰাৰ পিছত সপৰিয়ালে আহি উপস্থিত হৈছে গুৱাহাটী মহানগৰীত। মহানগৰীৰ এখন হোটেলত সাংবাদ মাধ্যমৰ সৈতে কথা বাৰ্তা পাতে তেজ হাজাৰিকাই।

Body:তেজ হাজৰিকাই জানিবলৈ দিয়ে যে এই বঁটা গ্ৰহণ কৰি তেখেত স্বাভাৱিকতে সুখী। অসমৰ ৰাইজক ধন্যবাদ দি কয় যে অসমৰ ৰাইজৰ বাবেই এই বঁটা পাবলৈ সক্ষম হৈছে ডাঃ ভূপেন হাজৰিকাই। Conclusion:

লগতে তেওঁ জানিবলৈ দিয়ে যে ভাৰত ৰত্ন এই সন্মানীয় বঁটা তেওঁ বিদেশলৈ লৈ যাব নে ডঃ ভূপেন হাজৰিকা স্মাৰক ন্যাসৰ হাতত গতাই দিব সেয়া ন্যাসৰ লগত আলোচনা মৰ্মে জানিবলৈ দিব অসমৰ ৰাইজক ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.