গুৱাহাটী, ২৬ নৱেম্বৰ: ১৯৪৯ চনৰ ২৬ নৱেম্বৰৰ দিনটোতে গৃহিত হৈছিল ভাৰতবৰ্ষৰ সংবিধান । সম্পূৰ্ণ ৭০ টা বছৰ অতিক্ৰম কৰিলে ভাৰতবৰ্ষৰ সংবিধানে । দেশৰ সংবিধান গৃহিতকৰণৰ ৭০ বছৰ পুৰ্তিৰ এই বিশেষ ক্ষণত ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক গৌতম বৰুৱাৰে হোৱা বিশেষ সাক্ষাৎকাৰত কি কলে গগৈয়ে ?
সত্তৰ বছৰ পুৰণি স্মৃতি কেনেকৈ সুৱৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ? চাওঁক এই বিশেষ সাক্ষাৎকাৰ -
ভাৰতবৰ্ষৰ সংবিধান পৃথিৱীৰ ভিতৰতে শ্ৰেষ্ঠ: ETV BHARATৰ আছুতীয়া সাক্ষাৎকাৰত তৰুণ গগৈ - সংবিধান দিৱস
" পৃথিৱীৰ ভিতৰতে শ্ৰেষ্ঠ ভাৰতবৰ্ষৰ সংবিধান । " দেশৰ সংবিধান গৃহিত হোৱা আজিৰ দিনটোত ই টিভি ভাৰতৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত সত্তৰ বছৰ পুৰণি স্মৃতি সুৱৰি এইদৰে কয় দেশৰ এগৰাকী প্ৰবীণ ৰাজনীতিবিদ, তিনিবাৰকৈ অসমৰ মুখ্যমন্ত্ৰীৰ আসনত অধিস্থিত হোৱা তৰুণ গগৈয়ে ।

সংবিধান দিৱসত তৰুণ গগৈ
গুৱাহাটী, ২৬ নৱেম্বৰ: ১৯৪৯ চনৰ ২৬ নৱেম্বৰৰ দিনটোতে গৃহিত হৈছিল ভাৰতবৰ্ষৰ সংবিধান । সম্পূৰ্ণ ৭০ টা বছৰ অতিক্ৰম কৰিলে ভাৰতবৰ্ষৰ সংবিধানে । দেশৰ সংবিধান গৃহিতকৰণৰ ৭০ বছৰ পুৰ্তিৰ এই বিশেষ ক্ষণত ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক গৌতম বৰুৱাৰে হোৱা বিশেষ সাক্ষাৎকাৰত কি কলে গগৈয়ে ?
সত্তৰ বছৰ পুৰণি স্মৃতি কেনেকৈ সুৱৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ? চাওঁক এই বিশেষ সাক্ষাৎকাৰ -
সংবিধান দিৱসত তৰুণ গগৈ
সংবিধান দিৱসত তৰুণ গগৈ
Intro:গুৱাহাটী, ২৬ নৱেম্বৰ: " পৃথিৱীৰ ভিতৰতে শ্ৰেষ্ঠ ভাৰতবৰ্ষৰ সংবিধান । " দেশৰ সংবিধান গৃহিত হোৱা আজিৰ দিনটোত ই টিভি ভাৰতৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত সত্তৰ বছৰ পুৰণি স্মৃতি সুৱৰি এইদৰে কয় দেশৰ এগৰাকী প্ৰবীণ ৰাজনীতিবিদ, তিনিবাৰকৈ অসমৰ মুখ্যমন্ত্ৰীৰ আসনত অধিস্থিত হোৱা তৰুণ গগৈয়ে ।
Body:১৯৪৯ চনৰ ২৬ নৱেম্বৰৰ দিনটোতে গৃহিত হৈছিল ভাৰতবৰ্ষৰ সংবিধান । সম্পূৰ্ণ ৭০ টা বছৰ অতিক্ৰম কৰিলে ভাৰতবৰ্ষৰ সংবিধানে । দেশৰ সংবিধান গৃহিতকৰণৰ ৭০ বছৰ পুৰ্তিৰ এই বিশেষ ক্ষণত ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক গৌতম বৰুৱাৰে হোৱা বিশেষ সাক্ষাৎকাৰত কি কলে গগৈয়ে ?
Conclusion:সত্তৰ বছৰ পুৰণি স্মৃতি কেনেকৈ সুৱৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ? চাওক এই বিশেষ সাক্ষাৎকাৰ -