- মহানগৰীৰ পাণ্ডুত চাঞ্চল্য ঘটনা
- পাণ্ডুত যুৱকৰ আত্মহত্যা
- ৰহস্যজনক ভাৱে চিপ লোৱা অৱস্থাত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ
- পাণ্ডুৰ ৰে'ল আৱাসত উদ্ধাৰ দীপক ঠাকুৰ নামৰ যুৱক জনৰ মৃতদেহ
- মৃতদেহৰ কাষত উদ্ধাৰ সুৰাৰ বটল
- নিশা এখন জিপচি বাহনত দীপক ঠাকুৰৰ ঘৰত আহিছিল দুজন যুৱক
- স্থানীয় লোকৰ মতে বিগত তিনিদিন ধৰি আহি আছিল যুৱক কেইজন
- এই সমগ্ৰ ঘটনাক পৰিকল্পিত হত্যাকাণ্ডৰ সন্দেহ একাংশৰ
- বৰ্তমান জালুকবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো
- ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া
- আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব এয়া হত্যা নে আত্মহত্যা
- এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ পাণ্ডুত চাঞ্চল্যই বিৰাজ কৰিছে আত্মহত্যা নে হত্যা ! পাণ্ডুত চাঞ্চল্যকৰ ঘটনা
আত্মহত্যা নে হত্যা ! পাণ্ডুত চাঞ্চল্যকৰ ঘটনা - DEEPAK THAKUR
মহানগৰীৰ পাণ্ডুত চাঞ্চল্য ৷ ৰহস্যজনক ভাৱে চিপ লোৱা অৱস্থাত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ ।
![আত্মহত্যা নে হত্যা ! পাণ্ডুত চাঞ্চল্যকৰ ঘটনা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4378970-2-4378970-1567958929266.jpg?imwidth=3840)
আত্মহত্যা নে হত্যা ! পাণ্ডুত চাঞ্চল্যকৰ ঘটনা
- মহানগৰীৰ পাণ্ডুত চাঞ্চল্য ঘটনা
- পাণ্ডুত যুৱকৰ আত্মহত্যা
- ৰহস্যজনক ভাৱে চিপ লোৱা অৱস্থাত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ
- পাণ্ডুৰ ৰে'ল আৱাসত উদ্ধাৰ দীপক ঠাকুৰ নামৰ যুৱক জনৰ মৃতদেহ
- মৃতদেহৰ কাষত উদ্ধাৰ সুৰাৰ বটল
- নিশা এখন জিপচি বাহনত দীপক ঠাকুৰৰ ঘৰত আহিছিল দুজন যুৱক
- স্থানীয় লোকৰ মতে বিগত তিনিদিন ধৰি আহি আছিল যুৱক কেইজন
- এই সমগ্ৰ ঘটনাক পৰিকল্পিত হত্যাকাণ্ডৰ সন্দেহ একাংশৰ
- বৰ্তমান জালুকবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো
- ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া
- আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব এয়া হত্যা নে আত্মহত্যা
- এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ পাণ্ডুত চাঞ্চল্যই বিৰাজ কৰিছে আত্মহত্যা নে হত্যা ! পাণ্ডুত চাঞ্চল্যকৰ ঘটনা
Intro:মহানগৰীৰ পাণ্ডুত ৰহস্যজনক ভাৱে চিপ লোৱা অৱস্থাত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ। পাণ্ডুৰ ৰেল আবাসত উদ্ধাৰ দীপক ঠাকুৰ নামৰ যুৱক জনৰ মৃতদেহটো। মৃতদেহৰ কাষত উদ্ধাৰ সুৰাৰ বটল। নিশা এখন জিপচি গাড়ী লৈ দীপক ঠাকুৰৰ ঘৰত আহিছিল দুইজন যুৱক। স্থানীয় লোকে জনোৱা মতে বিগত তিনিদিন ধৰি আহি আছিল যুৱক কেইজন। ইফালে এই সমগ্ৰ ঘটনাক পৰিকল্পিত হত্যাকাণ্ডৰ সন্দেহ একাংশৰ। বৰ্তমান জালুকবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব এয়া হত্যা নে আত্মহত্যা। এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ পাণ্ডুত চাঞ্চল্যই বিৰাজ কৰিছে।
Body:Hirul Haque Conclusion:Guwahati
Body:Hirul Haque Conclusion:Guwahati