ETV Bharat / state

কামাখ্যাৰ পথত ভৰি পৰিছে দোকানঃ নিৰ্বিকাৰ প্ৰশাসন - etv bharat

প্ৰশাসনৰ নিষেধাজ্ঞাক অৱমাননা কৰি কামাখ্যালৈ যোৱা মূল পথত এতিয়াও আছে বহুতো দোকান-পোহাৰ

কামাখ্যালৈ যোৱা পথত দোকান, অসাৰ প্ৰশাসনৰ ঘোষণা
author img

By

Published : Jun 24, 2019, 9:56 PM IST

গুৱাহাটী, 24 জুনঃ প্ৰশাসনৰ নিষেধাজ্ঞাক অৱমাননা কৰি কামাখ্যালৈ যোৱা মূল পথত এতিয়াও আছে বহুতো দোকান-পোহাৰ ৷ এই দোকান পোহাৰৰ বাবে বিভিন্ন অসুবিধাত ভুগিব লগা হৈছে ভক্তসকলে ৷ পদপথ তথা পথটোৰ আধা অংশত দোকান পোহাৰ দিয়াৰ বাবে কোনো বাহন প্ৰৱেশ কৰিব নোৱাৰাৰ এক পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷

কামাখ্যালৈ যোৱা পথত দোকান, অসাৰ প্ৰশাসনৰ ঘোষণা

উল্লেখ্য যে, ইয়াৰ পূৰ্বে মহা অম্বুবাচীৰ সময়চোৱাত কামাখ্যালৈ যোৱা মূল পথত কোনো দোকান পোহাৰ দিয়াৰ ক্ষেত্ৰত প্ৰশাসনে নিষেধাজ্ঞা জাৰি কৰিছিল যদিও ফলপ্ৰসূ নহ'ল সেই নিৰ্দেশনা ৷ কিন্তু এই নিৰ্দেশনাৰ পিচতো কিছু এৰাধৰাৰ মাজেৰে এই সময়ছোৱাৰ কাম-কাজ চলাই যাব লাগিব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায়ে ৷

Intro:মহা অম্বুবাচীৰ সময়চোৱাত কামাখ্যালৈ যোৱা মূল পথত কোনো দোকান পোহাৰ দিয়াৰ ক্ষেত্ৰত প্ৰশাসনে নিষেধাজ্ঞা জাৰি কৰিছিল। কিন্তু প্ৰশাসনৰ নিৰ্দেশনা কিমানদূৰ ফলপ্ৰসু হৈছে। আমাৰ কেমেৰাত বন্দী হ'ল প্ৰশাসনৰ কথা আৰু কামৰ প্ৰকৃত ছবি। কামাখ্যাৰ মূল পথচোৱাত এতিয়া বিভিন্ন দোকান। যাৰ বাবে ভক্তসকলে বহুতো অসুবিধাৰ সন্মুখীন হৈছে। ইফালে পদপথ তথা পথটোৰ আধা অংশত দোকান পোহাৰ দিয়াৰ বাবে কোনো বাহন প্ৰৱেশ কৰিব নোৱাৰা এক পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।

Body:আনহাতে এই ক্ষেত্ৰত কিছু এৰা ধৰা কৰিব লাগিব বুলি মন্তব্য কৰে যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায়ই। উল্লেখযোগ্য যে অম্বুবাচী মেলাৰ পূৰ্বে পথচোৱাত কোনো দোকান পোহাৰ দিয়া ন'হব বুলি কৈছিল আৰক্ষী-প্ৰশাসনে। কিন্তু সেই ঘোষণা অসাৰ প্ৰতিপন্ন হোৱা দেখা গ'ল।

Conclusion:HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.