ETV Bharat / state

অংগনবাড়ী কেন্দ্ৰৰ জৰাজীৰ্ণ অৱস্থা

কণ কণ শিক্ষাৰ্থীৰ সুৰক্ষাৰ কথা ভাবিবলৈ আহৰি নাই কৰ্তৃপক্ষৰ

অঙ্গনবাড়ী কেন্দ্ৰ নহয় যেন মৰণফান্দহে
author img

By

Published : Feb 28, 2019, 10:37 PM IST

গুৱাহাটী,২৮ ফেব্ৰুৱাৰীঃ অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ সংহত শিশু উন্নয়ন সেৱা আঁচনিৰ উদ্য়োগত অসমৰ গাঁৱে গাঁৱে স্থাপন কৰা হৈছে অঙ্গনবাড়ী কেন্দ্ৰ । কিন্তু তেনে এক অংগনবাড়ী কেন্দ্ৰৰে বৰ্তমান সময়ত তথৈবচ অৱস্থা। অঙ্গনবাড়ী কেন্দ্ৰ নহয় যেন মৰণফান্দহে । দিছপুৰৰ পৰা মাথো ১৯ কিল'মিটাৰ আঁতৰত বৰ্ণিহাট প্ৰাথমিক বিদ্য়ালয়ৰ প্ৰাংগনত অৱস্থিত অঙ্গনবাড়ী কেন্দ্ৰৰ অৱস্থা যথেষ্ট শোচনীয়।যি কোনো মুহূৰ্তত অঙ্গনবাড়ী কেন্দ্ৰত শিক্ষা গ্ৰহণ কৰা কণ কণ ল'ৰা ছোৱালীৰ ওপৰত পৰিব পাৰে চাদৰ ওপৰত থকা টিনপাত আৰু লোহাৰ পাইপ।

গুৱাহাটীৰ শিক্ষাৰ্থী মূৰৰ ওপৰত পৰিব টিনপাত! কিন্তু কিয়?

লক্ষণীয়ভাৱে অঙ্গনবাড়ীখনৰ জৰাজীৰ্ণ অৱস্থা দেখাৰ পাছত বাবে বহু অভিভাৱকে কেন্দ্ৰটোলৈ নিজৰ সন্তান পঠোৱা বন্ধ কৰিছে।আনফালে অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগক এই কেন্দ্ৰৰ সম্পৰ্কে বাৰম্বাৰ অৱগত কৰাৰ পিছতো কোনো ব্যৱস্থা লোৱা নাই সংশ্লিষ্ট বিভাগে ।

Intro:অসম চৰকাৰৰ সমাজ কল্যান বিভাগৰ সংহত শিশু উন্নয়ন সেৱা আঁচনি অঙ্গনবাড়ী কেন্দ্ৰ নহয় যেন এই মৰাণ ফান কেন্দ্ৰ।

Body:কন কন শিশুৰ শিক্ষা বাবে অসম চৰকাৰৰ সমাজ কল্যান বিভাগৰ সংহত শিশু উন্নয়ন সেৱা আঁচনি অঙ্গনবাড়ী কেন্দ্ৰ অসমৰ গাঁও-গাঁও স্থাপন কৰিছে ।দিছ্পুৰৰ পৰা মাথো ১৯ কিলোমিটাৰ বৰ্নিহাত প্রাথমিক বিদ্যালয়ৰ প্ৰাংগনত থকা অঙ্গনবাড়ী কেন্দ্ৰৰ অৱস্থা জৰজীৰ্ণ যি কোনো মুহূৰ্তত অঙ্গনবাড়ী কেন্দ্ৰত শিক্ষা গ্ৰহণ কৰা কন কন লৰা ছোৱালী ওপৰত পাৰিব পাৰে চাদৰ ওপৰত।থকা টিনপাত আৰু লোহাৰ পাইপ। অঙ্গনবাড়ী কেন্দ্ৰৰ অৱস্থা জৰজীৰ্ণ হোৱাৰ বাবে বহু অভিভাৱকে এই কেন্দ্ৰত নিজ নিজ কন কন লৰা ছোৱালী পঠোৱা বন্ধ কৰিছে। অসম চৰকাৰৰ সমাজ কল্যান বিভাগক এই কেন্দ্ৰৰ সম্পৰ্কে বাৰম্বাৰ অৱগত কৰাৰ পিছতো কোনো ব্যৱস্থা লোৱা নাই সংশ্লিষ্ট বিভাগে ।

Byte শিক্ষক আৰু স্থানীয় লোক

Conclusion:গুৱাহাটী মহানগৰীৰ পৰা মাথো ১৯ কিলোমিটাৰ দূৰত অৱস্থিত অসম মেঘালয় সীমান্তৱৰ্তী অঙ্গনবাড়ী কেন্দ্ৰৰ অৱস্থা এই তেনে হলে অসমৰ ভিতৰুৱা অঞ্চলৰ অঙ্গনবাড়ী কেন্দ্ৰৰ সমূহৰ কি অৱস্থা হব ?

Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.