ETV Bharat / state

ছয় নং দফা সমিতিক লৈ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি উদ্দেশ্য প্ৰণোদিতঃ ৰূপম গোস্বামী

author img

By

Published : Feb 21, 2020, 3:04 PM IST

অসম চুক্তিৰ ছয় নং দফা সমিতিক লৈ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি উদ্দেশ্য প্ৰণোদিত ৷ সমিতিক লৈ বিভিন্ন অপপ্ৰচাৰ চলিছে ৷ সংবাদ মাধ্যমৰ বাতৰি সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় ৷ এই মন্তব্য বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰূপম গোস্বামীৰ ৷

State BJP spokesperson Rupam Goswami pressmeet on 6th schedule of Assam accord
ছয় নং দফা সমিতিক লৈ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি উদ্দেশ্য প্ৰণোদিতঃ ৰূপম গোস্বামী

গুৱাহাটী, 21 ফেব্ৰুৱাৰীঃ অসম চুক্তিৰ ছয় নং দফাৰ বাবে গঠিত উচ্চস্তৰীয় সমিতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীৰ ৷ অসম চুক্তিৰ ছয় নং দফা সমিতিক লৈ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি উদ্দেশ্য প্ৰণোদিত ৷ সমিতিক লৈ বিভিন্ন অপপ্ৰচাৰ চলিছে ৷ সংবাদ মাধ্যমৰ বাতৰি সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় ৷ গুৱাহাটীত শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য মুখপাত্ৰগৰাকীৰ ৷

ইয়াৰোপৰি ৰূপম শৰ্মাই অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰী কৰাৰ বাবে গঠন কৰি দিয়া উচ্চস্তৰীয় সমিটিখনে বিভিন্ন দল-সংগঠনৰ লগত আলোচনাত মিলিত হৈ সকলো প্ৰতিবেদন যুগুতাইছে বুলি উল্লেখ কৰে ৷ লগতে তেওঁ কয় যে, বিপ্লৱ শৰ্মাই ব্যক্তিগত কামতহে দিল্লীলৈ গৈছিল ৷ সত্যেন গাৰ্গৰ সৈতে অনানুষ্ঠানিক আলোচনাতহে মিলিত হৈছিল বুলি উল্লেখ কৰে মুখপাত্ৰগৰাকীয়ে ৷

আনহাতে অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰী কৰাৰ বাবে গঠন কৰা উচ্চস্তৰীয় সমিটিখনে ইতিমধ্যে এই সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিছে বুলিও মন্তব্য কৰে ৰূপম গোস্বামীয়ে ৷ অসম চুক্তিৰ ছয় নং দফাক লৈ পূৰ্বৰে পৰা বহু অপপ্ৰচাৰ চলি আছে বুলিও তেওঁ মন্তব্য কৰে ৷ আনহাতে সমিটিখনৰ প্ৰতিবেদন সম্পূৰ্ণৰূপে গোপনীয় আৰু ইয়াকে লৈ একাংশই বিভিন্ন অপপ্ৰচাৰ চলাই ইয়াক বিপথে পৰিচালিত কৰাৰ চেষ্টা চলাইছে বুলি অভিযোগ উত্থাপন কৰে মুখপাত্ৰগৰাকীয়ে ৷

তাৰোপৰি ৰূপম গোস্বামীয়ে নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভতো ৰাজ্যত অপপ্ৰচাৰ চলি থকা বুলি তেওঁ উল্লেখ কৰে ৷ উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে অসম চুক্তি কাৰ্যকৰী কৰিবলৈ গঠন কৰি দিয়া উচ্চস্তৰীয় সমিতিখনৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা নাই বুলি সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হৈছিল ৷ ইয়াৰ প্ৰতিক্ৰিয়াস্বৰূপে এই সংবাদমেলৰ আয়োজন কৰে বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে ৷

আৰু পঢ়কঃকটকটীয়া নিৰাপত্তাৰ মাজত গুৱাহাটীলৈ অনা হ'ল ছাৰ্জিল ইমামক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.