ETV Bharat / state

মহানগৰীত অন্ধবিশ্বাসৰ ভয়ংকৰ ঘটনা - KAMAKHYA

মহানগৰীৰ কামাখ্যাত মেৰঘৰৰ ছান্দ সদাগৰৰ কাহিনী । বিষাক্ত সৰ্প দংশনত মৃত্যু হোৱা কিশোৰীক বেজৰ দ্বাৰা জীৱিত কৰাৰ চেষ্টা ৷

মহানগৰীত অন্ধবিশ্বাসৰ ভয়ংকৰ ঘটনা
author img

By

Published : Jun 26, 2019, 6:54 AM IST

গুৱাহাটী, 26 জুনঃ অম্বুবাচীৰ মাজতেই গুৱাহাটীৰ কামাখ্যাত সংঘটিত হৈছে মেৰঘৰৰ ছান্দ সদাগৰৰ কাহিনী । বিষাক্ত সৰ্প দংশনত মৃত্যু হোৱা কিশোৰীৰ মৃতদেহ চোতালত ৰাখি বেজৰ অপেক্ষাত এটি পৰিয়াল । বিজ্ঞান প্ৰযুক্তিৰ দিনত মহানগৰীত অন্ধবিশ্বাসৰ ভয়ংকৰ ঘটনা । প্ৰায় ৭ দিন পূৰ্বে ঘৰত শুই থকা অৱস্থাত বিষাক্ত সাপে দংশন কৰিছিল লভিতা পাঠক নামৰ এগৰাকী কিশোৰীক । তাৰ পিচত কিশোৰীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ GMCH ৰ ICU ত চিকিৎসাধীন হৈ আছিল কিশোৰীগৰাকী । অৱশেষত মঙলবাৰে কিশোৰীগৰাকী মৃত্যু হোৱা বুলি ঘোষণা কৰে চিকিৎসকে ।

মহানগৰীত অন্ধবিশ্বাসৰ ভয়ংকৰ ঘটনা

কিশোৰীগৰাকীৰ মৃতদেহ বাসগৃহত লৈ অনা হয় যদিও পৰিয়ালৰ লোকে সৎকাৰ নকৰে মৃতদেহটো কাৰণ পৰিয়ালৰ মতে জীৱিত আছে লভিতা পাঠক । বেজৰ অপেক্ষাত ঘৰৰ চোতালতে ৰাখি থয় মৃতদেহটো । এই ঘটনাই পুনৰ প্ৰমাণ কৰিলে অন্ধবিশ্বাসৰ ঘটনা ৷

Intro:অম্বুবাচীৰ মাজতে গুৱাহাটী মহানগৰীৰ কামাখ্যাত মেৰঘৰৰ ছান্দ সদাগৰৰ কাহিনী। বিষাক্ত সাৰ্প দৰ্শনত মৃত্যু হোৱা কিশোৰীৰ মৃতদেহ চোতালত ৰাখি বেজৰ অপেক্ষাত পৰিয়াল। বিজ্ঞান প্ৰযুক্তিৰ দিনত মহানগৰীত অন্ধবিশ্বাসৰ ভয়ংকৰ ঘটনা। প্ৰায় ৭দিন পূৰ্বে ঘৰত শুই থকা অৱস্থাত বিষাক্ত সাৰ্প দৰ্শনৰ বলি হৈছিল লভিতা পাঠক এগৰাকী কিশোৰী। তাৰ পিছত চিকিৎসালয়ত ভৰ্তি কৰাইছিল কিশোৰীগৰাকীক। GMCHৰ ICUত চিকিৎসাধীন হৈ আছিল কিশোৰীগৰাকী। মংগলবাৰে কিশোৰীগৰাকীৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে চিকিৎসকে।

Body:পিছত কিশোৰীগৰাকীক ঘৰৰ পৰা লৈ আহে যদিও সৎকাৰ নকৰে মৃতদেহটো। পৰিয়ালৰ মতে জীৱিত আছে লভিতা পাঠক। বেজৰ অপেক্ষাত এনেদৰেই ঘৰৰ চোতালত ৰাখি থৈ মৃতদেহ। এই ঘটনাই পুণৰ প্ৰমাণ কৰিলে যে এতিয়াও একাংশ মানুহ কৱলত আছে অন্ধবিশ্বাসৰ।

Conclusion:HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.