ETV Bharat / state

কোনো কাৰণতে কেব মানি নলওঁ : শিল্পী সুদক্ষিণা শৰ্মা

author img

By

Published : Dec 13, 2019, 1:44 PM IST

Updated : Dec 13, 2019, 2:16 PM IST

আৰক্ষীৰ গুলীত তিনিজন যুৱক নিহত হোৱা ঘটনাত মৰ্মাহত শিল্পীগৰাকী ৷

শিল্পী সুদক্ষিণা শৰ্মা
কেব মানি নলওঁ

  • কোনো কাৰণতে নাগৰিকত্ব সংশোধনী আইন মানি নোলোৱাৰ হুংকাৰ সংগীত শিল্পী সুদক্ষিণা শৰ্মাৰ
  • আৰক্ষীৰ গুলীত তিনিজন যুৱক নিহত হোৱা ঘটনাত মৰ্মাহত শিল্পীগৰাকী
  • অসমীয়াৰ সংকট কালত চানমাৰিলৈ প্ৰতিবাদত অংশ ল'বলৈ ওলাই আহিল সুদক্ষিণা শৰ্মা
  • নৰেন্দ্ৰ মোদীয়ে ওভতাই দিব নোৱাৰে আৰক্ষীৰ গুলিত নিহত হোৱা যুৱককেইজনৰ জীৱন
  • চৰকাৰক নাগৰিকত্ব সংশোধনী আইন উঠাই ল'বলৈ আহ্বান জনালে শিল্পীগৰাকীয়ে

Intro:Body:

কোনো কাৰণতে নাগৰিকত্ব সংশোধনী আইন মানি নোলোৱাৰ হুংকাৰ সংগীত শিল্পী সুদক্ষিণা শৰ্মাৰ 

আৰক্ষীৰ গুলীত তিনিজন যুৱক নিহত হোৱা ঘটনাত মৰ্মাহত শিল্পীগৰাকী

অসমীয়াৰ সংকট কালত চানমাৰিলৈ প্ৰতিবাদত অংশ ল'বলৈ ওলাই আহিল সুদক্ষিণা শৰ্মা 

চৰকাৰক নাগৰিকত্ব সংশোধনী আইন উঠাই ল'বলৈ আহ্বান জনালে শিল্পীগৰাকীয়ে  

Conclusion:
Last Updated : Dec 13, 2019, 2:16 PM IST

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.