ETV Bharat / state

ভোটাৰক সজাগ হ’বলৈ অনুৰোধ গায়িকা বৰ্ণালী কলিতাৰ

সুকণ্ঠী গায়িকা বৰ্ণালী কলিতাৰ নিৰ্বাচন সন্দৰ্ভত মতামত । ভোট দিয়াৰ সন্দৰ্ভত সজাগ হ’বলৈ আহ্বান কলিতাৰ । এখন সুস্থ চৰকাৰ,দুৰ্নীতি মুক্ত চৰকাৰ আশা কৰে বৰ্ণালী কলিতাই । বহু খিনি দুৰ্নীতি কমিছে । মহিলা সুৰক্ষাৰ বাবে কাম কৰিবলৈ অনুৰোধ ।

ভোটাৰক সজাগ হবলৈ অনুৰোধ গায়িকা বৰ্ণালী কলিতাৰ
author img

By

Published : Apr 21, 2019, 5:18 PM IST

Updated : Apr 21, 2019, 6:05 PM IST

গুৱাহাটী, 21 এপ্ৰিল: সুকণ্ঠী গায়িকা বৰ্ণালী কলিতাৰ নিৰ্বাচন সন্দৰ্ভত মতামত । ভোট দিয়াৰ সন্দৰ্ভত সজাগ হ’বলৈ আহ্বান কলিতাৰ । এখন সুস্থ চৰকাৰ ,দুৰ্নীতি মুক্ত চৰকাৰ আশা কৰে বৰ্ণালী কলিতাই । বহু খিনি দুৰ্নীতি কমিছে । মহিলা সুৰক্ষা বাবে কাম কৰিবলৈ অনুৰোধ ।

ভোটাৰক সজাগ হবলৈ অনুৰোধ গায়িকা বৰ্ণালী কলিতাৰ

বহু ল’ৰা-ছোৱালী অসমৰ পৰা বাহিৰলৈ যায় গতিকে যাতায়তৰ উন্নতিৰ বাবে অনুৰোধ ৷ আটাইতকৈ গুৰুত্বপূৰ্ণ ৰে’লৱে উন্নীতকৰণ কৰিবৰ বাবে অনুৰোধ জনাইছে বৰ্ণালী কলিতাই । যিয়ে চৰকাৰ নহওঁক কিয় কাম কৰিব লাগে আৰু খেতিয়ক সকলৰ বাবে কাম কৰি যাওঁক সেয়াই অনুৰোধ চৰকাৰৰ ওচৰত বৰ্ণালী কলিতাৰ ।

Intro:বৰ্ণালী কলিতাৰ নিৰ্বাচন সন্দৰ্ভত মতামত। ভোট দিয়াৰ সন্দৰ্ভত সজাগ হবলৈ আহ্বান কলিতাৰ।এখন সুস্থ চৰকাৰ ,দুৰ্নীতি মুক্ত চৰকাৰ আশা কৰে বৰ্ণালী কলিতাই।
বহু খিনি দুৰ্নীতি কমিছে। মহিলা সুৰক্ষা বাবে কাম কৰিবলৈ আহ্বান ।

Body:বহু লৰা ছোৱালী অসমৰ পৰা বাহিৰলৈ যায় গতিকে যাতায়তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ৰেলৱে উন্নীতকৰণ কৰিবৰ বাবে অনুৰোধ জনাইছে বৰ্ণালী কলিতাই।
যিয়ে চৰকাৰ নহওঁক কিয় কাম কৰিব লাগে আৰু খেতিয়ক সকলৰ বাবে কাম কৰি যাওঁক সেয়াই অনুৰোধ চৰকাৰৰ ওচৰত বৰ্ণালী কলিতাৰ।

Conclusion:
Last Updated : Apr 21, 2019, 6:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.