ETV Bharat / state

মহানগৰৰ শান্তিপুৰত অপৰাধ শাখাৰ অভিযান

ভৰলুমুখ আৰক্ষীৰ সহযোগত মহানগৰৰ শান্তিপুৰত অপৰাধ শাখাৰ অভিযানত আটক সুভাষ বৈদ নামৰ এটা জুৱাৰ বুকি

author img

By

Published : Apr 9, 2019, 9:36 PM IST

মহানগৰৰ শান্তিপুৰত অপৰাধ শাখাৰ অভিযান

কামৰূপ মেট্ৰ'পলিটান, ৯ এপ্ৰিলঃ মঙলবাৰে মহানগৰৰ শান্তিপুৰত অপৰাধ শাখাৰ অভিযান । অভিযানত আটক সুভাষ বৈদ নামৰ এটা জুৱাৰ বুকী। জানিব পৰা মতে,আই পি এলৰ নামত বৃহৎ জুৱাৰ ঘাটি পাতিছিল আটকাধীন যুৱকজনে।

মহানগৰৰ শান্তিপুৰত অপৰাধ শাখাৰ অভিযান

এক গোপন সূত্ৰৰ পম খেদি ভৰলুমুখ আৰক্ষীৰ সহযোগত মহানগৰ অপৰাধ শাখাই অভিযান চলাই জুৱাৰ বুকীটোৰ পৰা জব্দ কৰে নগদ ৪৫হাজাৰ টকাসহ মোবাইল ফোন,বেংকৰ পাচবুক,এটিএম কাৰ্ড, বিভিন্ন জুৱাৰ নথিপত্ৰ। সম্প্ৰতি ঘটনা সন্দৰ্ভত ভৰলুমুখ আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া।

Intro:মংগলবাৰে মানগৰীৰ শান্তিপুৰত ক্ৰাইম ব্ৰাঞ্চৰ অভিযান। অভিযানত আটক সুভাষ বৈদ নামৰ এটা জুৱাৰ বুকি। আই পি এলৰ নামত বৃহৎ জুৱাৰ ঘাটি পাতিছিল আটকাধীন যুৱকজনে। এক গোপন সূত্ৰৰ পম খেদি ভৰলুমুখ আৰক্ষীৰ সহযোগত ক্ৰাইম ব্ৰাঞ্চে চলাইছিল এই অভিযান।

Body:ইফালে ধৃত বুকিটোৰ পৰা নগদ ৪৫হাজাৰ টকাসহ মোবাইল ফোন, বেংকৰ পাচবুক, এটিএম কাৰ্ড, বিভিন্ন জুৱাৰ নথিপত্ৰ জব্দ কৰে। সম্প্ৰতি ঘটনা সন্দৰ্ভত ভৰলুমুখ আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া।

Conclusion:HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.