ETV Bharat / state

কি কি সেৱা বৰ্তি থাকিব ৰেড জ'ন, অৰেঞ্জ জ'ন, গ্ৰীণ জ'ন আৰু নিষিদ্ধ জ'নত ?

4 মে'ৰ পৰা কাৰ্যকৰী হ'ব তৃতীয় পৰ্যায়ৰ লক্ ডাউন ৷ দুসপ্তাহজুৰি বৰ্তি থাকিব এই লক্ ডাউন ৷ এই সময়ছোৱাত ৰেড জ'ন,অৰেঞ্জ জ'ন,গ্ৰীণ জ'ন, নিষিদ্ধ জ'নত কি কি সেৱা অব্যাহত থাকিব , জানিবলৈ পঢ়ক....

author img

By

Published : May 2, 2020, 6:48 PM IST

Services to be available in Red, Orange and Green zones
কি কি সেৱা বৰ্তি থাকিব ৰেড জ'ন,অৰেঞ্জ জ'ন,গ্ৰীণ জ'ন আৰু নিষিদ্ধ জ'নত ?
  • বিমান, ৰে'ল, মেট্ৰ'ৰ লগতে আন্তঃৰাজ্যিক চলাচল, বিদ্যালয়, মহাবিদ্যালয়, শিক্ষামূলক ট্ৰেইনিং আৰু ক'চিং চেন্টাৰ , স্বাস্থ্য সেৱা, হোটেল , ৰেস্তোৰা , জনসমাগম থলী- যেনে ছবিগৃহ , মল , জিম, স্পৰ্টছ কমপ্লেক্স ,যিকোনো সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক সমাগমথলী, ধাৰ্মিক অনুষ্ঠান সমূহ নিষিদ্ধ জ'ন, ৰেড জ'ন, অৰেঞ্জ জ'ন,গ্ৰীণ জ'ন সকলোতে বন্ধ থাকিব ৷ অৱশ্যে বিশেষ কিছুমান কাৰণত বিমান, ৰে'ল , আৰু পথ সেৱা খোলা হ'ব ৷
  • জৰুৰীকালীন কাম নহ'লে সন্ধিয়া 7 টাৰ পৰা পুৱা 7 টালৈ ঘূৰা ফুৰা কৰিব নোৱাৰিব ৰেড জ'ন, অৰেঞ্জ জ'ন, গ্ৰীণ জ'নত থকা কোনো ব্যক্তিয়ে ৷ নিষিদ্ধ জ'নৰ বাবে নিয়ন্ত্ৰণ কৰিব আৰোগ্য সেঁতু এপে ৷
  • ৰেড জ'ন,অৰেঞ্জ জ'ন,গ্ৰীণ জ'নত সামাজিক দূৰত্ব বজাই ৰাখি সাৱধানতা অৱলম্বন কৰি মেডিকেল ক্লিনিক, অপিডি খোলাৰ অনুমতি প্ৰদান ৷ নিষিদ্ধ জ'নৰ বাবে বন্ধ থাকিব এই সুবিধা ৷
  • চৰ্ত সাপেক্ষে অৰেঞ্জ জ'ন আৰু গ্ৰীণ জ'নত আন্তঃজিলা ভিত্তিক চাইকেল ৰিক্সা, অট' ৰিক্সা,কেব , বাছ, চেলুন, স্পা খোলাৰ অনুমতি প্ৰদান ৷ ইফালে নিষিদ্ধ জ'ন আৰু ৰেড জ'নত বন্ধ থাকিব এই সেৱা ৷ ৰেড জ'ন, অৰেঞ্জ জ'ন, গ্ৰীণ জ'নত নিজৰ বাহনৰ ক্ষেত্ৰত অনুমতি সাপেক্ষে চাৰিচকীয়া গাড়ীত দুজন (ড্ৰাইভাৰৰ উপৰি) আৰু দুচকীয়া বাহনত মাত্ৰ এজন যোৱাৰ অনুমতি প্ৰদান ৷ ইফালে নিষিদ্ধ জ'নত বন্ধ থাকিব এই সেৱা ৷
  • ৰেড জ'ন,অৰেঞ্জ জ'ন,গ্ৰীণ জ'নত নগৰীয়া অঞ্চলত বিশেষ অৰ্থনৈতিক শাখা (SEZ) , ৰপ্তানি সম্বন্ধীয় গোট (EQU), উৎপাদনকৃত চাহ বাগান ,টাউনশ্বিপ চলোৱাৰ অনুমতি প্ৰদান ৷ ইফালে নিষিদ্ধ জ'নত বন্ধ থাকিব এই সেৱা ৷
  • ৰেড জ'ন,অৰেঞ্জ জ'ন,গ্ৰীণ জ'নত অতি প্ৰয়োজনীয় খাদ্য,দ্ৰব্য,মেডিকেল সামগ্ৰী, প্ৰডাকচন সামগ্ৰী আৰু সেইবোৰ নিৰ্মাণৰ বাবে কেঁচামাল ,হাৰ্ডৱেৰ সামগ্ৰী নিৰ্মাণ, জুট উদ্যোগ, পেকেজিং সামগ্ৰী আদিৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ অনুমতি প্ৰদান ৷ ইফালে নিষিদ্ধ জ'নত বন্ধ থাকিব এই সেৱা ৷
  • ৰেড জ'ন,অৰেঞ্জ জ'ন,গ্ৰীণ জ'নত নিজৰ অঞ্চলৰ ভিতৰতে থকা শ্ৰমিকৰ হতুৱাই (বহিৰাগত শ্ৰমিক পৰিহাৰ কৰি ) ঘৰ নিৰ্মাণৰ কাম, পুনৰ ব্যৱহাৰযোগ্য সামগ্ৰী নিৰ্মাণ কাৰ্যৰ অনুমতি প্ৰদান ৷ ইফালে নিষিদ্ধ জ'নত বন্ধ থাকিব এই সেৱা ৷
  • ৰেড জ'ন,অৰেঞ্জ জ'ন,গ্ৰীণ জ'নত ঘৰৰ কাষৰ দোকান, কলনিৰ দোকান খোলাৰ অনুমতি প্ৰদান ৷ অৱশ্যে শ্বপিং মল,মাৰ্কেট,মাৰ্কেট কমপ্লেক্সত অত্যাৱশ্যকীয় সামগ্ৰীৰ বাদে অন্য সামগ্ৰীৰ লেনদেন বন্ধ ৷ ইফালে নিষিদ্ধ জ'নত বন্ধ থাকিব এই সেৱা ৷
  • ৰেড জ'ন,অৰেঞ্জ জ'ন,গ্ৰীণ জ'নত প্ৰাইভেট কোম্পানীসমূহত কেৱল মাত্ৰ 33 শতাংশ কৰ্মচাৰীহে উপস্থিত থাকিব পাৰিব ৷ বাকীসকলে ঘৰৰ পৰা কাম কৰিব লাগিব ৷ ইফালে নিষিদ্ধ জ'নত বন্ধ থাকিব এই সেৱা ৷
  • ৰেড জ'ন,অৰেঞ্জ জ'ন,গ্ৰীণ জ'নত কৃষি সম্বন্ধীয় কাৰ্যৰ অনুমতি প্ৰদান ৷ ইফালে নিষিদ্ধ জ'নত বন্ধ থাকিব এই সেৱা ৷
  • ৰেড জ'ন,অৰেঞ্জ জ'ন,গ্ৰীণ জ'নত কোৰিয়াৰ, ডাক সেৱা অব্যাহত থাকিব ৷ ইফালে নিষিদ্ধ জ'নত বন্ধ থাকিব এই সেৱা ৷
  • ৰেড জ'ন, অৰেঞ্জ জ'ন, গ্ৰীণ জ'নত ছপা আৰু বৈদ্যুতিন মাধ্যম, তথ্য প্ৰযুক্তি সেৱা, কল চেন্টাৰ, শীতলীগৃহ, নিৰাপত্তাৰক্ষী আৰু স্বনিয়োজিত কামৰ অনুমতি (নাপিতৰ বাদে) প্ৰদান ৷ ইফালে নিষিদ্ধ জ'নত বন্ধ থাকিব এই সেৱা ৷
  • অৰেঞ্জ জ'ন আৰু গ্ৰীণ জ'নত টেক্সি, কেব সমূহত এজন ড্ৰাইভাৰ আৰু এজন যাত্ৰীৰ অনুমতি প্ৰদান ৷ ৰেড জ'ন, নিষিদ্ধ জ'নত বন্ধ থাকিব এই সেৱা ৷
  • গ্ৰীণ জ'নত বাছসমূহত 50 শতাংশ আসন ব্যৱহাৰ কৰাৰ অনুমতি প্ৰদান ৷ ইফালে ৰেড জ'ন, অৰেঞ্জজ'ন, নিষিদ্ধ জ'নত বন্ধ থাকিব এই সেৱা ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.