ETV Bharat / state

ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত স্কুল বাছ, আহত 6 শিক্ষাৰ্থী

author img

By

Published : Sep 18, 2019, 11:04 PM IST

গুৱাহাটী আই আই টি ৰ পৰা শিক্ষামূলক ভ্ৰমণ সামৰি ঘূৰি অহা মৰিগাঁও জিলাৰ সংস্কৃতি বিদ্যাপীঠৰ এটা দল পতিত হয় পথ দুৰ্ঘটনাত ৷ সংকটজনক অৱস্থাত থকা তিনিজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷

যোৰাবাটত দুৰ্ঘটনাত পতিত স্কুল বাছ

গুৱাহাটী , 18 ছেপ্টেম্বৰঃ বুধবাৰে যোৰাবাটৰ দহ মাইলত সংঘটিত এক পথ দুৰ্ঘটনাত গুৰুতৰ ভাৱে ছয় জন আহত হয় ৷ গুৱাহাটী আই আই টি ৰ পৰা শিক্ষামূলক ভ্ৰমণ সামৰি ঘূৰি অহা মৰিগাঁও জিলাৰ সংস্কৃতি বিদ্যাপীঠৰ এটা দল পতিত হয় দুৰ্ঘটনাটোত ৷ জানিব পৰা মতে, দলটোক লৈ অহা AS 21 C 9055 নম্বৰৰ স্কুল বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই 37 নং ৰাষ্ট্ৰীয় ঘাই পথৰ মাজত থকা ডিভাইডাৰত প্ৰচণ্ড জোৰত খুন্দা মৰাৰ ফলত ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত বাগৰি পৰে । আহত ছাত্ৰ-ছাত্ৰী সকলক আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসাৰ বাবে সোণাপুৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰে যদিও ইয়াৰে তিনিজনৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ।

Intro:যোৰাবাটৰ দহ মাইলত ভয়ংকৰ পথ দুৰ্ঘটনা গুৰুত্বৰ ভাৱে অহাত ছ জন

Body:মহানগৰীৰ উপকন্ঠ যোৰাবাটৰ দহ মাইলত উত্তৰ গুৱাহাটীৰ আই আই টি ৰ পৰা শিক্ষামূলক ভ্ৰমণ সামৰি মৰিগাঁও জিলাৰ সংস্কৃতি বিদ্যাপীঠৰ এটা ছাত্র ছাত্ৰীৰ দল AS 21 C 9055 নম্বৰৰ এখন স্কুল বাছৰে মৰিগাঁওলৈ বুলি উভতাৰ পথত নিয়ন্ত্ৰণ হেৰুৱাই 37 নং ৰাষ্ট্ৰীয় ঘাই পাথৰ মাজত থকা ডিভাইডাৰত প্রচণ্ড যোৰে খুন্দা মৰাৰ ফলত স্কুল বাছ ৰাষ্ট্ৰীয় ঘাই পাথ বাগৰি পাৰে। অহাত ছাত্র ছাত্ৰী সকলক আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসাৰ বাবে সোণাপুৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰে যদিও ইয়াৰে তিনিজনক অৱস্থা গুৰুত্বৰ হোৱাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয় হস্পিতেলৈ প্ৰেৰণ কৰে।

Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.