ETV Bharat / state

দিল্লীত অমিত শ্বাহেৰে বৈঠক সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ

author img

By

Published : Sep 20, 2020, 10:33 PM IST

আজি নতুন দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ আজিৰ এই আলোচনাত ৰাজ্যৰ বহুকেইটা সমস্যাৰ বিষয়ে গৃহমন্ত্ৰীগৰাকীৰ সৈতে মত বিনিময় কৰা বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে ৷

sarbanada sonowal and himanta biswa sarma meet amit shah at new delhi
দিল্লীত অমিত শ্বাহেৰে বৈঠক সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ

গুৱাহাটী, 20 ছেপ্তেম্বৰঃ অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰাৰ বাবে কেন্দ্ৰই গঠন কৰি দিয়া উচ্চক্ষমতা সমিতিৰ প্ৰতিবেদনক লৈ শেহতীয়াভাৱে অস্বস্তিকৰ পৰিস্থিতিৰ মুখামুখি হ’বলগীয়া হৈছে অসম চৰকাৰ ৷ ইয়াৰ মাজতে দেওবাৰে নতুন দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

আজিৰ এই আলোচনাত ৰাজ্যৰ বহুকেইটা সমস্যাৰ বিষয়ে গৃহমন্ত্ৰীগৰাকীৰ সৈতে মতবিনিময় কৰা বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে ৷ আনহাতে, এই সমস্যাসমূহ নিৰাময়ৰ ক্ষেত্ৰত গৃহমন্ত্ৰী গৰাকীয়ে ইতিবাচক সঁহাৰি জনোৱা বুলিও জনায় ৷ অৱশ্যে 6 নং দফাৰ প্ৰতিবেদন সন্দৰ্ভত কোনো তথ্য সদৰি কৰা নাই মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে । আজিৰ এই আলোচনাত ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণকে ধৰি শীৰ্ষ বিষয়ববীয়া আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰনালয়ৰ শীৰ্ষ বিষয়া সকলো উপস্থিত থাকে ।

লগতে পঢ়ক-শোকাৱহ পথ দুৰ্ঘটনাঃ ৰে'লৰ খুন্দাত থিতাতে নিহত একেটা পৰিয়ালৰ তিনি সদস্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.