ETV Bharat / state

গৃহ বিভাগৰ চিন্ময় ফুকনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ দুলাল বৰাৰ

author img

By

Published : May 4, 2019, 10:56 PM IST

সংবাদমেলত গৃহ বিভাগৰ উপ সচিব চিন্ময় প্ৰকাশ ফুকনৰ বিৰুদ্ধে সৰৱ দুলাল বৰা । ভূ-মাফিয়াৰে সু -সম্পৰ্ক থকাৰ গুৰুতৰ অভিযোগ দুলাল বৰাৰ ।

দিছপুৰ প্ৰেছ ক্লাৱত সংবাদমেল দুলাল বৰাৰ

দিছপুৰ, ৪ মে': দিছপুৰ প্ৰেছ ক্লাবত আৰ টি আই কৰ্মী দুলাল বৰাৰ সংবাদমেল । সংবাদমেলত গৃহ বিভাগৰ উপ সচিব চিন্ময় প্ৰকাশ ফুকনৰ বিৰুদ্ধে সৰৱ দুলাল বৰা। চিন্ময় প্ৰকাশ ফুকনৰ বিৰুদ্ধে বিভাগীয় গোপন তথ্য ৰাজহুৱা কৰাৰ লগতে ভূ-মাফিয়াৰ সৈতে সু-সম্পৰ্ক থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে দুলাল বৰাই ৷

দিছপুৰ প্ৰেছ ক্লাৱত সংবাদমেল দুলাল বৰাৰ

লগতে চিন্ময় ফুকনৰ বিৰুদ্ধে ৰাজহ হৰলুকী কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰে দুলাল বৰাই । ইতিমধ্যে ফুকনৰ বিৰুদ্ধে গড়চুক থানাত 128/19 ত গোচৰ পঞ্জীয়ন কৰিছে বৰাই ৷ গৃহ বিভাগত থকাৰ বাবেই বিয়ষাজনৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা নলয় বুলি সংবাদমেলত প্ৰকাশ কৰি চিন্ময় ফুকনক গৃহ বিভাগৰ পৰা আঁতৰোৱাৰ দাবী বৰাৰ ।

দিছপুৰ প্ৰেছ ক্লাৱত আৰ টি আই কৰ্মী দুলাল বৰাৰ সংবাদমেল। সংবাদমেলত গৃহ বিভাগৰ উপ সচিব চিন্ময় প্ৰকাশ ফুকনৰ বিৰুদ্ধে সৰৱ দুলাল বৰা। তেওঁৰ গুৰুতৰ অভিযোগ উপ সচিব গৰাকীয়ে ৰাজহুৱা কৰে বিভাগীয় গোপন তথ্য। লগতে ভূ মাফিয়াৰেও সু -সম্পৰ্ক আছে বুলি গুৰুতৰ অভিযোগ তুলে দুলাল বৰাই ৷ ইয়াৰ উপৰিও ৰাজহ হৰলুকিতো চিন্ময় ফুকন জড়িত বুলি মন্তব্য কৰে সংবাদ মেলত ৷ ইতিমধ্যে গড়চুক থানাত 128/19 ত গোচৰ পঞ্জীয়ন ফুকনৰ বিৰুদ্ধে ৷ গৃহ বিভাগত থকাৰ বাবেই বিয়ষাজনৰ বিৰুদ্ধে ব্যৱস্থা নলয় আৰক্ষীয়ে। সংবাদমেলতে চিন্ময় ফুকনক গৃহ বিভাগৰ পৰা আতৰোৱাৰ দাবী বৰাৰ।

Lipika deka..Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.