একালত পাণ, আদা, শাক-পাচলিৰ ছিণ্ডিকেট চলাইছিল ৰকিবুল হুছেইন আৰু দুলু আহমেদে । এতিয়া কিবা অংক নিমিলা হোৱাৰ বাবেই এনে ধৰণৰ ক্ষোভ প্ৰকাশ কৰিছে দুলু আহমেদে ৷ চাওক মমিনুল আৱালৰ বিস্ফোৰক মন্তব্য.....
ৰকিবুল হুছেইনৰ পিতৃ বালাদেশী - মমিনুল আৱাল - Bangladeshi
ৰকিবুল হুছেইনৰ পিতৃক বাংলাদেশী আখ্যা মমিনুল আৱালৰ । অসমক বাংলাদেশৰ লগত সংলগ্ন কৰিব লাগে বুলি হাতত তাৰোৱাল লৈ ৰাজপথত প্ৰতিবাদ কৰিছিল ৰকিবুল হুছেইনৰ পিতৃয়ে ।
ৰকিবুল হুছেইনৰ পিতৃ বালাদেশী
একালত পাণ, আদা, শাক-পাচলিৰ ছিণ্ডিকেট চলাইছিল ৰকিবুল হুছেইন আৰু দুলু আহমেদে । এতিয়া কিবা অংক নিমিলা হোৱাৰ বাবেই এনে ধৰণৰ ক্ষোভ প্ৰকাশ কৰিছে দুলু আহমেদে ৷ চাওক মমিনুল আৱালৰ বিস্ফোৰক মন্তব্য.....
Intro:ৰকিবুল হুছেইনৰ পিতৃ বালাদেশী । পাকিস্তানৰ পৰা পূৰ্ব বংগ বিভাজনৰ সময়ত অসমক বেংলাদেশৰ লগত সংলগ্ন কৰিব লাগে বুলি ৰকিবুল হুছেইনৰ পিতৃয়ে হাতত তাৰোৱাল লৈ ৰাজপথত প্ৰতিবাদ কৰিছিল । এই বিস্ফোৰক মন্তব্য বিজেপিৰ সংখ্যালঘো নেতা মমিনুল আৱালৰ ।
Body:একালৰ আপোন দুলু আহবেদে ৰকিবুল হুছেইনক ফেচবুকত গঁড় চিকাৰী আৰু পিতৃ বেংলাদেশী বুলি মন্তব্য কৰাৰ পিছতে ৰাজ্যৰ ৰাজনীতিত সৰ্বাধিক চৰ্চিত বিষয় হৈ পৰিছে এতিয়া দুলু আহবেদে আৰু ৰকিবুল হুছেইনৰ বাক যুদ্ধ । কংগ্ৰেছৰ দুই নেতাৰ গৃহ কন্দলত এতিয়া অতিকৈ আকৰ্ষণীয় ৰূপ লৈছে । তাকে দেশী বিৰোধীৰ একাংশ নেতাই সুযোগ বুজি শৰ মৰাৰ চেষ্টা চলাইছে ।
Conclusion:বিজেপি নেতা মমিনুল আচলৰ মন্ত্যৱ - দুলু আহবেদ আৰু ৰকিবুল সূচাইছে একেখন নাওঁৰে যাত্ৰী । একালত পান , আদা , শাক পাচলিৰ ছিণ্ডিকেট চলাইছিল দুয়োয়ে একেলগে । এতিয়া কিবা অংক নিমিলা হোৱাৰ বাবেই এনে ধৰণৰ বহি প্ৰকাশ । আনহাতে দুলু আহবেদে ৰুকিবুলক গঁড় চিকাৰী বুলি স্পষ্ট কৈ কোৱাৰ পিছত সকলো কথা এতিয়া পোহৰলৈ আহিল । সেয়ে প্ৰশাসন তথা চৰকাৰে অতি সোনকালে ৰকিবুল হুছেইন আৰু তেওঁৰ লগত জড়িত লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা লব লাগে বুলি দাবী বিজেপিৰ নেতা গৰাকীৰ ।