ETV Bharat / state

মানুহ সঁচাকৈয়ে জীৱ শ্ৰেষ্ঠ হয়নে ? - মহানগৰীৰ মালিগাঁৱ

মালিগাঁৱৰ ৰাজপথত প্ৰত্যক্ষদৰ্শীয়ে প্ৰায়ে দেখা মানসিকভাৱে বিকাৰগ্ৰস্ত এগৰাকী মহিলাক শনিবাৰে দেখিলে এক ভয়ংকৰ ৰূপত ৷  দৰাচলতে মহিলাগৰাকীৰ মুখমণ্ডলৰ পৰা দুৰ্বৃত্তই উলিয়াই নিছে এটা চকু ৷ অসুস্থ অৱস্থাত মালিগাঁৱৰ পথৰ দাঁতিত বহি আছে দূৰ্গী দেৱী নামৰ মহিলাগৰাকী ৷

প্ৰতিবন্ধী মহিলাক অপহৰণ কৰি দুৰ্বৃত্তই উলিয়াই নিলে চকু

author img

By

Published : Jan 4, 2020, 11:11 PM IST

Updated : Jan 4, 2020, 11:51 PM IST

গুৱাহাটী,4 জানুৱাৰী: মানৱতাৰ চৰম সীমা অতিক্ৰম কৰি শনিবাৰে মহানগৰীত দুৰ্বৃত্তই সংঘটিত কৰে এক পাশৱিক কাণ্ড ৷ মহানগৰীৰ মালিগাঁৱৰ ৰাজপথত প্ৰত্যক্ষদৰ্শীয়ে প্ৰায়ে দেখা মানসিকভাৱে বিকাৰগ্ৰস্ত এগৰাকী মহিলাক শনিবাৰে দেখিলে এক ভয়ংকৰ ৰূপত ৷ দৰাচলতে মহিলাগৰাকীৰ মুখমণ্ডলৰ পৰা দুৰ্বৃত্তই উলিয়াই নিছে এটা চকু ৷ অসুস্থ অৱস্থাত মালিগাঁৱৰ পথৰ দাঁতিত বহি আছে দূৰ্গী দেৱী নামৰ মহিলাগৰাকী ৷ প্ৰত্যক্ষদৰ্শীৰ মতে কোনো দুৰ্বৃত্তই মহিলাগৰাকীক লৈ গৈ উলিয়াই নিছে এটা চকু। উক্ত ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষীৰ কাষ চাপিছে স্থানীয় ৰাইজ। এনে অমানৱীয় ঘটনা সংঘটিত কৰা দুৰ্বৃত্তক অতিশীঘ্ৰে বিচাৰি উলিয়াবলৈ দাবী জনাইছে ৰাইজে ৷

প্ৰতিবন্ধী মহিলাক অপহৰণ কৰি দুৰ্বৃত্তই উলিয়াই নিলে চকু

লগতে পঢ়ক: মৈৰাবাৰীত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত চাৰিজন

Intro:শণিবাৰে মহানগৰীৰ মালিগাঁৱত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। ৰাজপথত উদ্ধাৰ এগৰাকী মানসিক বিকাৰগ্ৰস্ত মহিলা। মহিলাগৰাকীৰ নাই এটা চকু। দীৰ্ঘদিন পৰা এনেদৰেই মালিগাঁৱৰ পথৰ দাঁতিত আছিল মহিলাগৰাকী। কিন্তু পুৱাই অসুস্থ ৰূপত প্ৰত্যক্ষ কৰে দূৰ্গী দেৱী নামৰ মহিলাগৰাকী। প্ৰত্যক্ষদৰ্শীৰ মতে কোনো দুৰ্বৃত্তই মহিলাগৰাকীক লৈ গৈ চকু উলিয়াই নিছে। এই জঘন্য ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্য সৃষ্টি হৈছে। ইফালে ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষীৰ কাষ চাপিছে স্থানীয় ৰাইজ। এনে অমানবীয় ঘটনা সংঘটিত কৰা দুৰ্বৃত্তক অতিশীঘ্ৰে বিচাৰি উলিয়াবলৈ দাবী জনাইছে ৰাইজে।Body:Hirul Haque Conclusion:Guwahati
Last Updated : Jan 4, 2020, 11:51 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.