মালিগাঁও, 7 নৱেম্বৰঃ বৃহস্পতিবাৰে মহানগৰীৰ মালিগাঁও চাৰিআলিত সংঘটিত হয় এক চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা । দুচকীয়া বাহনত অহা দুই দুৰ্বৃত্তই মাৰধৰ কৰি এজন বিএছএফ জোৱানৰ পৰা লুটি নিয়ে সোণৰ চেইন, মোবাইল । জোৱানজনৰ নাম জীতেন ৰাজ বুলি জানিব পৰা গৈছে । এই ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় মালিগাঁৱত । পিছত স্থানীয় ৰাইজে খেদি খেদি কৰায়ত্ব কৰে দীজেন পেগু নামৰ এজন উদণ্ড যুৱকক ।
মালিগাঁৱত চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা
মালিগাঁও চাৰিআলিত সংঘটিত হয় এক চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা । দুচকীয়া বাহনত অহা দুই দুৰ্বৃত্তই মাৰধৰ কৰি এজন বিএছএফ জোৱানৰ পৰা লুটি নিয়ে সোণৰ চেইন, মোবাইল । জোৱানজনৰ নাম জীতেন ৰাজ বুলি জানিব পৰা গৈছে ।
মহানগৰীত দুৰ্বৃত্তই বিএছএফ জোৱানক কামুৰি লুটিলে সোণৰ চেইন
মালিগাঁও, 7 নৱেম্বৰঃ বৃহস্পতিবাৰে মহানগৰীৰ মালিগাঁও চাৰিআলিত সংঘটিত হয় এক চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা । দুচকীয়া বাহনত অহা দুই দুৰ্বৃত্তই মাৰধৰ কৰি এজন বিএছএফ জোৱানৰ পৰা লুটি নিয়ে সোণৰ চেইন, মোবাইল । জোৱানজনৰ নাম জীতেন ৰাজ বুলি জানিব পৰা গৈছে । এই ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় মালিগাঁৱত । পিছত স্থানীয় ৰাইজে খেদি খেদি কৰায়ত্ব কৰে দীজেন পেগু নামৰ এজন উদণ্ড যুৱকক ।
Intro:বৃহস্পতিবাৰে মহানগৰীৰ মালিগাঁও চাৰিআলিত সংঘটিত হয় এক চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা। দুচকীয়া বাহনত অহা দুই দুৰ্বৃত্তই মাৰধৰ কৰি এজন বিএছএফ জোৱানৰ পৰা লুটি নিয়ে সোণৰ চেইন, মোবাইল। জোৱানজনৰ নাম জীতেন ৰাজ বুলি জানিব পৰা গৈছে। এই ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় মালিগাঁৱত। পিছত স্থানীয় ৰাইজে খেদি খেদি কৰায়ত্ব কৰে দীজেন পেগু নামৰ এজন উদণ্ড যুৱকক। ইফালে ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় ৰমেন্দ্ৰ দাস নামৰ আন এজন যুৱক। সম্প্ৰতি জালুকবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে। দুই দুবৃত্তই বিএছএফ জোৱানজনৰ গাত কামুৰি লৈ যায় সামগ্ৰীখিনি। বৰ্তমান ভুক্তভোগী বিএছএফ জোৱান জীতেন ৰাজে দাখিল কৰিছে এজাহাৰ। আনহাতে ধৃত দীজেন পেগুৱে এই ঘটনা অস্বীকাৰ কৰিছে যদিও আৰক্ষীয়ে দুয়োটাৰে ভাষ্য সংগ্ৰহ কৰি তদন্ত আৰম্ভ কৰিছে। Body:Hirul Haque Conclusion:Guwahati