ETV Bharat / state

Global Maritime India Summit 2023: গ্ল’বেল মেৰিটাইম ইণ্ডিয়া সন্মিলনৰ পৰ্যালোচনা সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

author img

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 7:42 PM IST

নতুন দিল্লীত 17 অক্টোবৰৰ পৰা‌ 19 অক্টোবৰ অনুষ্ঠিত হ'ব গ্ল’বেল মেৰিটাইম ইণ্ডিয়া 2023 সন্মিলন । এই সন্মিলনৰ পূৰ্বৰ প্ৰস্তুতি হিচাপে আজি গুৱাহাটীত অনুষ্ঠিত হয় এখনি আলোচনা চক্ৰ ৷ আলোচনা সভাত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰালয়ৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে ।

Global Maritime India Summit 2023
গ্ল’বেল মেৰিটাইম ইণ্ডিয়া 2023 সন্মিলন
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

গুৱাহাটী 31 আগষ্ট: গ্ল’বেল মেৰিটাইম ইণ্ডিয়া ২০২৩ (Global Maritime India ২০২৩) সন্মিলনৰ অংশ‌ হিচাপে গুৱাহাটীৰ ৰেডিশ্বন ব্লু হোটেলত বৃহস্পতিবাৰে এখন পৰ্যালোচনা আলোচনা সভা অনুষ্ঠিত হয় । অহা 17 অক্টোবৰৰ পৰা‌ 19 অক্টোবৰ নতুন দিল্লীত অনুষ্ঠিত হ'ব গ্ল’বেল মেৰিটাইম ইণ্ডিয়া 2023 সন্মিলন । এই সন্মিলনৰ পূৰ্বৰ প্ৰস্তুতি হিচাপে আজি গুৱাহাটীত অনুষ্ঠিত হয় উক্ত আলোচনা চক্ৰখনি ৷

এই আলোচনা সভাত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰালয়ৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে । অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, বিশ্বৰ 49 খন দেশ Maritime ৰাষ্ট্ৰ হিচাপে স্বীকৃত । যিবোৰ International Maritime organisation পঞ্জীয়ন আছে । সেই সকলো Maritime উদ্যোগ আৰু Maritime ৰাষ্ট্ৰ হিচাপে স্বীকৃত দেশসমূহক অহা সময়ত দিল্লীত অনুষ্ঠিত হ’বলগীয়া Global Maritime India ২০২৩ সন্মিলনলৈ আমন্ত্ৰণ জনোৱা হয় ।

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ বিভাগৰ মন্ত্ৰীগৰাকীয়ে আৰু কয় যে, Maritime উদ্যোগ কিদৰে আগবঢ়ায় নিয়া‌ হ’ব এই সকলো কথা গ্ল’বেল মেৰিটাইম ইণ্ডিয়া ২০২৩ সন্মিলনত আলোচনা কৰা হ'ব । এই সন্মিলনৰ জৰিয়তে দেশৰ Maritime উদ্যোগটো বিকাশ লাভ কৰিব বুলি আশা ব্যক্ত কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিজেপি চৰকাৰৰ শাসনত Maritime উদ্যোগে দেশত যথেষ্ট অগ্ৰগতি লাভ কৰিছে বুলি উল্লেখ কৰে । অনুষ্ঠানত পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী বিমল বড়া, বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত ৰাহুল আমিনকে ধৰি বহুকেইজন ব্যক্তি উপস্থিত আছিল ।

লগতে পঢ়ক: Special session of Parliament : অহা ১৮ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ'ব সংসদৰ বিশেষ অধিৱেশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.