ETV Bharat / state

গুৱাহাটীত দুৰ্ঘটনাত পতিত ৰ'ডভৰ্তি টেইলৰ

ৰ'ডভৰ্তি টেইলাৰ খন লখৰাৰ দিশৰ পৰা জালুকবাৰী অভিমুখে আহি থকা অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হয়

দুৰ্ঘটনাত পতিত ৰ'ডভৰ্তি টেইলৰ
author img

By

Published : Jul 17, 2019, 11:22 AM IST

Updated : Jul 17, 2019, 11:58 AM IST

গুৱাহাটী,১৭ জুলাই: মঙলবাৰে নিশা গুৱাহাটীৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথত এক পথ দুৰ্ঘটনা সংঘটিত হয়। নিয়ন্ত্ৰণ হেৰুৱাই এখন ৰ'ডভৰ্তি টেইলৰে পথৰ ডিভাইদাৰত খুন্দা মাৰে ।

দুৰ্ঘটনাত পতিত ৰ'ডভৰ্তি টেইলৰ

ৰ'ডভৰ্তি টেইলৰ খন লখৰাৰ দিশৰ পৰা জালুকবাৰী অভিমুখে আহি থকা অৱস্থাত এই দুৰ্ঘটনাটো সংঘটিত হয়। ইপিনে দুৰ্ঘটনা সংঘটিত কৰিয়েই টেইলৰখনৰ চালক-হেণ্ডিমেনদ্বয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত যানবাহন আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাত পতিত হোৱা AS-01FC-5110 নম্বৰৰ টেইলৰখন উদ্ধাৰ কৰে।

Intro:নিশা মহানগৰীৰ লালুংগাঁও ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইদাৰত খুন্দিয়ালে এখন ৰডভৰ্তি টেইলৰে। লখৰাৰ দিশৰ পৰা জালুকবাৰী অভিমুখে আহি থকা অৱস্থাতে সংঘটিত হয় এই দুৰ্ঘটনাটো। দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে ট্ৰাকখনৰ চালক-হেণ্ডিমেন। ইফালে দুৰ্ঘটনাত পতিত টেইলৰখনৰ নম্বৰ AS0 FC 5110। পিছত ঘটনাস্থলীত গড়চুক যানবাহন আৰক্ষী উপস্থিত হৈ বাহন উদ্ধাৰ কৰে। Body:Hirul Haque Conclusion:Guwahati
Last Updated : Jul 17, 2019, 11:58 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.