ETV Bharat / state

কৰ’ণা আতংকৰ মাজতে ৰাজ্যত আৰম্ভ নিয়মীয়া ভেকচিন প্ৰদান কাৰ্যসূচী

author img

By

Published : Apr 15, 2020, 7:12 PM IST

Updated : Apr 15, 2020, 7:58 PM IST

ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ সঞ্চালক ডাঃ মুনীন্দ্ৰ নাটেই টিভি ভাৰতৰ আগত কয় যে, ইতিমধ্যে ৰাজ্যজুৰি পলিঅ'কে ধৰি বি চি জি, হেপেটাইটিচ বি,পেন্টাভেলেন্ট,ৰ'টা ভাইৰাছ,সৰু আই আৰু টি ডিৰ নিয়মীয়া ভেকচিন প্ৰদানৰ কাম আৰম্ভ কৰিবলৈ জিলাসমূহক নিৰ্দেশ দিয়া হৈছে ।

regular vaccine has been started at Assam from 14 April
কৰ’ণা আতংকৰ মাজতে ৰাজ্যত আৰম্ভ নিয়মীয়া ভেকচিন প্ৰদান কাৰ্যসূচী

গুৱাহাটী,15 এপ্ৰিলঃ ৰাজ্যত কোভিড 19 ৰ সমান্তৰালকৈ নিয়মীয়াভাৱে আৰম্ভ কৰা হৈছে অন্যান্য ভেকচিন প্ৰদান কাৰ্যসূচী ৷ ৰাজ্যৰ স্বাস্থ্য বিভাগে পূৰ্বতে নিয়মীয়া ভেকচিন প্ৰদান কাৰ্যসূচী আৰম্ভ কৰিছিল যদিও শেহতীয়াভাৱে বৃদ্ধি পোৱা কৰ’ণা ভাইৰাছৰ ঘটনাৰ বাবে এই কাৰ্যসূচী স্থগিত ৰখা হয় ৷ 14 এপ্ৰিলৰ পৰা পুনৰ আৰম্ভ কৰা হয় এই কাৰ্যসূচী ৷

উল্লেখ্য যে, ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ সঞ্চালক ডাঃ মুনীন্দ্ৰ নাটেই টিভি ভাৰতৰ আগত কয় যে, ইতিমধ্যে ৰাজ্যজুৰি পলিঅ'কে ধৰি বি চি জি, হেপেটাইটিচ বি,পেন্টাভেলেন্ট,ৰ'টা ভাইৰাছ,সৰু আই আৰু টি ডিৰ নিয়মীয়া ভেকচিন প্ৰদানৰ কাম আৰম্ভ কৰিবলৈ জিলাসমূহক নিৰ্দেশ দিয়া হৈছে । সামাজিক দূৰত্ব মানি চলিহে এই কাম কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰা হৈছে ৷

লগতে পঢ়ক-সোনাপুৰত ক'ৰণাত আক্ৰান্ত ৰোগীক সেৱা আগবঢ়োৱা চিকিৎসাকৰ্মীৰ দলক অভিবাদন

Last Updated : Apr 15, 2020, 7:58 PM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.