ETV Bharat / state

চৰকাৰে বানাক্ৰান্তক কিয় দিব পৰা নাই উপযুক্ত সাহাৰ্য ! - বানাক্ৰান্ত

চাৰিটা দলৰ যৌথ উদ্যেগত অনুষ্ঠিত হোৱা এই সংবাদমেলত তেওঁলোকে কয় যে ৰাজ্যৰ পাঁচ হাজাৰ খন গাৱঁত বানে হাহাকাৰ পৰিস্থিতি সৃষ্টি কৰাৰ পাচতো ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে কোনো গুৰুত্ব দিয়া নাই ।

বানাক্ৰান্তক কিয় দিব পৰা নাই উপযুক্ত সাহাৰ্য!
author img

By

Published : Jul 18, 2019, 7:51 AM IST

গুৱাহাটী, ১৮ জুলাই: বিনোদন ধৰ্মী অনুষ্ঠানলৈ কোটি কোটি টকা আগবঢ়োৱা চৰকাৰে বানাক্ৰান্তক কিয় উপযুক্ত সাহাৰ্য দিব পৰা নাই ? বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত 'ৰিজনেল ডেমক্ৰেটিক এলায়েঞ্চে' চৰকাৰক এইদৰেই সমালোচনা কৰে ।

বানাক্ৰান্তক কিয় দিব পৰা নাই উপযুক্ত সাহাৰ্য!

চাৰিটা দলৰ যৌথ উদ্যেগত অনুষ্ঠিত হোৱা এই সংবাদমেলত তেওঁলোকে কয় যে ৰাজ্যৰ পাঁচ হাজাৰ খন গাৱঁত বানে হাহাকাৰ পৰিস্থিতি সৃষ্টি কৰাৰ পাচতো ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে কোনো গুৰুত্ব দিয়া নাই । দিল্লী আৰু দিচপুৰত একেদলৰ চৰকাৰ থকাৰ পাচতো কিয় পৰ্যাপ্ত পুঁজি মোকলাই আনিব পৰা নাই বুলিও প্ৰশ্ন তোলে দল কেইটাৰ নেতৃত্বই । লগতে জাপানিছ এনকেফেলাইটিছে সংহাৰী ৰূপ ধাৰণ কৰাৰ পাচতো চৰকাৰ কুম্ভকৰ্ণ নিদ্ৰাত থকাৰ অভিযোগ তেওঁলোকৰ । ইপিনে সংবাদমেল খনত উপস্থিত থকা হলিৰাম তেৰণে স্বাস্থ্য মন্ত্ৰীক তীক্ষ্ন সমালোচনা কৰি কয় যে চিকিৎসকক ছুটী লব নিদিয়া স্বাস্থ্য মন্ত্ৰীয়ে নিজেই গৈ খেল উপভোগ কৰি আছিল । লগতে তেওঁলোকে ৰাজ্যৰ এনে দুৰ্যোগপূৰ্ণ অৱস্থাত চৰকাৰক উপযোগী পুঁজি মোকলাই দিয়াৰ দাবী তোলে ।

Intro:বিনোদন ধৰ্মী অনুষ্ঠানলৈ কোটি কোটি টকা আগবঢ়োৱা চৰকাৰে বানাক্ৰান্তক কিয় দিব পৰা নাই উপযুক্ত সাহাৰ্য ।এই গুৰুতৰ অভিযোগ "ৰিজনেল ডেমক্ৰেটিক এলায়েঞ্চৰ" ।

Body:বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত এইদৰেই সমালোচনা কৰে চৰকাৰক । চাৰিটা দলৰ যৌথ উদ্যেগত অনুষ্ঠিত হোৱা এই সংবাদমেলত তেওঁলোকে কয় যে ৰাজ্যৰ পাচ হাজাৰ খন গাৱঁত বানে হাহাকাৰ পৰিস্থিতি সৃষ্টি কৰাৰ পাছতো ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰে কোনো গুৰুত্ব দিয়া নাই । দিল্লী আৰু দিচপুৰত একেদলৰ চৰকাৰ থকাৰ পাছতো কিয় পৰ্যাপ্ত পুজি মোকলাই আনিব পৰা নাই বুলিও প্ৰশ্ন তোলে দল কেইটাৰ নেতৃত্ব ই । লগতে জাপানিছ এনকেফেলাইটিছে সংহাৰী ৰূপ ধাৰণ কৰাৰ পাছতো কুম্ভকৰ্ণ নিদ্ৰাত থাকিল চৰকাৰ । চিকিৎসকক ছুটী লব নিদয়া স্বাস্থ্য মন্ত্ৰীয়ে নিজেই গৈ খেল উপভোগ কৰি আছিল বুলিও তীক্ষ্ণ সমালোচনা কৰে হলিৰাম তেৰণে । গতিকে ৰাজ্যৰ এনে দুৰ্যোগপূৰ্ণ অৱস্থাত চৰকাৰে উপযোগী পুজি মুকলাই দিয়াৰ দাবী তুলিলে চৰকাৰক ।

Conclusion:লিপিকা ডেকা, গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.