ETV Bharat / state

প্ৰায় সম্পূৰ্ণ হৈ উঠিছে উত্তৰ-পূৱ ভাৰতৰ সৰ্বোচ্চ অট্টালিকা

পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ শাসনকালতে আৰম্ভ হৈছিল অসম বিধানসভাৰ এই নতুন সুউচ্চ ১৫ মহলীয়া অট্টালিকাটো নিৰ্মাণৰ কাম

প্ৰায় সম্পূৰ্ণ হৈ উঠিছে উত্তৰ-পূৱ ভাৰতৰ সৰ্বোচ্চ অট্টালিকা
author img

By

Published : Nov 20, 2019, 6:05 PM IST

Updated : Nov 20, 2019, 7:07 PM IST

গুৱাহাটী,20 নৱেম্বৰ: প্ৰায় সম্পূৰ্ণ হৈ উঠিছে অসম বিধানসভাৰ নতুন ভৱন । সকলো ঠিকে-ঠাকে থাকিলে বিধানসভাৰ পৰৱৰ্তী অধিবেশন এই নতুন ভৱনতে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বিজেপি কৰ্মীসকলে ৷ পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ শাসনকালতে আৰম্ভ হৈছিল অসম বিধানসভাৰ এই নতুন সুউচ্চ ১৫ মহলীয়া অট্টালিকাটো নিৰ্মাণৰ কাম । ভৱিষ্যতে অসমত যদি উচ্চ সদন গঠন হয় তেন্তে বিধানসভা আৰু বিধান পৰিষদ এই দুয়োখন সদনৰ ব্যৱস্থা ৰখা হৈছে ১৫ মহলীয়া অসম বিধানসভাৰ এই নতুন সচিবালয়টোত। দিছপুৰত এই নতুন ভৱনটো আনুষ্ঠানিকভাবে মুকলি কৰাৰ পাচতেই স্বীকৃতি পাব উত্তৰ-পূৱ ভাৰতৰ সৰ্বোচ্চ অট্টালিকা স্বৰূপে।

প্ৰায় সম্পূৰ্ণ হৈ উঠিছে উত্তৰ-পূৱ ভাৰতৰ সৰ্বোচ্চ অট্টালিকা

লগতে পঢ়কঃ সমগ্ৰ দেশতে কাৰ্যকৰী কৰা হ'ব এন আৰ চিঃ অমিত শ্বাহ

Intro:গুৱাহাটী, ১৯ নৱেম্বৰ: প্ৰায় সাজু হৈ উঠিছে অসম বিধানসভাৰ নতুন ভৱন । সকলো যদি ঠিকে ঠাকে থাকে তেন্তে বিধানসভাৰ পৰৱৰ্তী অধিবেশন এই নতুন ভৱনতে অনুষ্ঠিত হব । প্ৰায় এটা দশক ধৰি নিৰ্মাণকাৰ্য চলি থকা অসম বিধানসভাৰ ১৫ মহলীয়া এই অট্টালিকাটোৰ নিৰ্মাণকাৰ্য সম্প্ৰতি সমাপ্তিৰ পথত ।

Body:পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ আমোলতে আৰম্ভ হৈছিল এই নতুন সুউচ্চ ১৫ মহলীয়া অট্টালিকাটো নিৰ্মাণৰ কাম । ভৱিষ্যতে অসমত যদি উচ্চ সদন গঠন হয় তেন্তে বিধানসভা আৰু বিধান পৰিষদ এই দুয়োখন সদনৰ ব্যৱস্থা ৰখা হৈছে ১৫ মহলীয়া অসম বিধানসভাৰ এই নতুন সচিবালয়টোত ।

Conclusion:দিছপুৰত এই নতুন ভৱনটো আনুষ্ঠানিকভাবে মুকলি কৰাৰ পিছতেই ই স্বীকৃতি পাব উত্তৰ পূৱ ভাৰতৰ সৰ্বোচ্চ অট্টালিকা স্বৰূপে ।
Last Updated : Nov 20, 2019, 7:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.