ETV Bharat / state

চান্দমাৰী অভিযান্ত্ৰিক মহাবিদ্যালয় খেলপথাৰত ৰঙালী বিহু আয়োজন

দুদিনীয়া কাৰ্যসূচীৰে শুকুৰবাৰৰ পৰা আয়োজন কৰা হ'ব ৰঙালী বিহু কাৰ্যসূচী৷

চান্দমাৰী অভিযান্ত্ৰিক মহাবিদ্যালয় খেলপথাৰত ৰঙালী বিহু আয়োজন
author img

By

Published : May 2, 2019, 8:44 PM IST

গুৱাহাটী, 2 মেঃ দুদিনীয়া কাৰ্যসূচীৰে শুকুৰবাৰৰ পৰা চান্দমাৰী অভিযান্ত্ৰিক মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'ব ৰঙালী বিহু অনুষ্ঠান ৷ গুৱাহাটী ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত আয়োজন কৰা হৈছে এই বিহুৰ অনুষ্ঠান ৷

চান্দমাৰী অভিযান্ত্ৰিক মহাবিদ্যালয় খেলপথাৰত ৰঙালী বিহু আয়োজন

বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত চান্দমাৰী ৰঙালী বিহু অনুষ্ঠানৰ বিষয়ে সংবাদ মাধ্যমক অৱগত কৰে উদ্যোক্তাসকলে ৷ শুকুৰবাৰে পুৱা পতাকা উত্তোলনেৰে অনুষ্ঠান আৰম্ভ হোৱাৰ পাচতেই আয়োজন কৰা হ'ব বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতা ৷ ৰঙালী বিহুথলীত নিশা অনুষ্ঠিত হ'ব বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান ৷

Intro:শুকুৰবাৰৰ পৰা দুদীনিয়াকৈ চান্দমাৰি অভিযান্ত্ৰিক খেলপথাৰত অনুষ্ঠিত হব ৰঙালী বিহুৰ অনুষ্ঠান । গুৱাহাটী ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগ ত অনুষ্ঠিত হব লগা এই অনুষ্ঠানত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব । বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত ৰঙালী উৎসৱৰ বিষয়ে অৱগত কৰে উদ্যোক্তা সকলে । ১৯ মে পুৱা পতাকা উত্তোলনেৰে অনুষ্ঠান আৰম্ভ হোৱা পাছত বিভিন্ন খেল ধেমালি অনুষ্ঠিত হব। নিশা অনুষ্ঠিত হব বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান ।

Body:লিপিকা ডেকা

Conclusion:গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.