ETV Bharat / state

মুখ্য ন্য়ায়িক দণ্ডাধীশৰ আদালতত ৰাজেন গোহাঁই - সাক্ষ্য গ্ৰহণ

নাৰী কেলেংকাৰীৰ বিতৰ্কৰ সন্দৰ্ভত আজি সাক্ষ্য গ্ৰহণ কৰে ৰাজেন গোহাঁইৰ ৷ ৰে'ল মন্ত্ৰী গৰাকীৰ ওপৰত থকা নাৰী কেলেংকাৰীৰ অভিযোগ সম্পূৰ্ণ ভিত্তিহীন বুলি মন্তব্য ৰাজেন গোহাঁইৰ ৷

মুখ্য নিয়াধীশ দণ্ডাধীশৰ আদালতত ৰাজেন গোহাঁই
author img

By

Published : Apr 24, 2019, 2:26 PM IST

গুৱাহাটী, 24 এপ্ৰিলঃ বুধবাৰে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত উপস্থিত হয় ৰে'ল মন্ত্ৰী ৰাজেন গোহাঁই ৷ নাৰী কেলেংকাৰীৰ ঘটনাৰ সাক্ষ্য প্ৰদানৰ বাবে আজি আদালতত উপস্থিত হয় ৰে'ল মন্ত্ৰী গৰাকী ৷

মুখ্য নিয়াধীশ দণ্ডাধীশৰ আদালতত ৰাজেন গোহাঁই

ৰে'ল মন্ত্ৰী গৰাকী নাৰী কেলেংকাৰীৰ বিতৰ্কৰ লগত সাঙুৰ খোৱাৰ পাচতে ভাৰতীয় দণ্ড বিধিৰ 202 অধীনত ইতিমধ্যে তদন্ত আৰম্ভ কৰা হৈছে ৷ তদুপৰি IPC 439/500/501 section 34 আৰু 35 ৰ অধীনতো এক গোচৰ ৰুজু কৰা হৈছে ৷ ইপিনে আদালতত সাক্ষ্য গ্ৰহণ কৰিবলৈ আহি মন্ত্ৰী গৰাকীয়ে ৰাজনৈতিক ভাৱমূৰ্তি বিনষ্ট কৰাৰ অভিযোগ উত্থাপিত কৰে ৷ লগতে কয় যে বাতৰি বোৰৰ কাৰণে তেওঁ প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হয় ৷ আনহাতে মাৰ্চ মাহৰ 22 তাৰিখে এটা ব্যক্তিগত খণ্ডৰ সংবাদ মাধ্যমত প্ৰচাৰ হোৱা বাতৰিৰ বাবে তেওঁ সংবাদ মাধ্যমটোৰ পৰিচালন সঞ্চালক, মুখ্য় সম্পাদক, আৰু এজন সাংবাদিকৰ বিৰুদ্ধে অভিযোগ আনে ৷

Intro:মুখ্য নিয়াধীশ দণ্ডাধীক্ষৰ আদালতত ৰাজেন গোহাঁই । নাৰী কেলেংকাৰীৰ ঘটনাৰ আজি সাক্ষ্য গ্ৰহণ । ৰাজেন গোহাঁইৰ ওপৰত থকা নাৰী কেলেংকাৰীৰ অভিযোগ একেবাৰে ভিত্তি হীন বুলি নিজ মুখেৰে কলে ৰাজেন গোহাঁই।

Body:মাৰ্চ মাহৰ 22 তাৰিখে এটা ব্যক্তিগত নিউজ চেনেলত প্ৰচাৰ হোৱা বাতৰিৰ বাবে জগৰীয়া কৰিছে ৰাজেন গোহাঁই DY 365 চেনেলৰ মনেজিং ডাইৰেক্টৰ দীপানদ্বিতা জেচৱাল, এডিটৰ ইন চীফ মনোজ কুমাৰ গোস্বামী , আৰু সাংবাদিক তপন কুমাৰ বৰাক। সাক্ষ্য গ্ৰহণৰ পাছত সিদ্ধান্ত লব আদালতে।ভাৰতীয় দণ্ড বিধি 202 অধীনত তদন্ত আৰম্ভ ইতিমধ্যে হৈছে। IPC 439/500/501 section 34 আৰু 35 ৰ অধীনত গোচৰ ৰুজ কৰা হৈছে।

ৰাজনৈতিক ভাৱমূৰ্তি বিনষ্ট কৰাৰ অভিযোগ ৰাজেন গোহাঁইৰ।
বাতৰি বোৰৰ কাৰণে প্ৰাৰ্থীত্ব পৰা বঞ্চিত হোৱা বুলি কলে তেওঁ।
তেখেতৰ অধিবক্তা দেৱজিৎ শইকীয়া।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.