ETV Bharat / state

28 ডিচেম্বৰত গুৱাহাটীলৈ ৰাহুল গান্ধী

author img

By

Published : Dec 25, 2019, 5:17 PM IST

সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে কংগ্ৰেছ দলে ৷ অহা ২৮ ডিচেম্বৰত প্ৰদেশ কংগ্ৰেছে গুৱাহাটীত আয়োজন কৰা এক বিশাল প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰিব ৰাহুল গান্ধীয়ে ৷

Rahul gandhi will visit Guwahati 28th of December
28 ডিচেম্বৰত গুৱাহাটীলৈ ৰাহুল গান্ধী

গুৱাহাটী, ২৫ ডিচেম্বৰঃ দেশজুৰি অব্যাহত আছে নাগৰিকত্ব আইন বিৰোধী প্ৰতিবাদ ৷ কংগ্ৰেছ দলেও দেশৰ লগতে ৰাজ্যজুৰি অব্যাহত ৰাখিছে এই সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী । ইয়াৰ অংশস্বৰূপে অহা ২৮ ডিচেম্বৰত প্ৰদেশ কংগ্ৰেছে গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰিছে এক বিশাল প্ৰতিবাদী সভা । সেই প্ৰতিবাদী সভাত ভাগ লবলৈ ২৮ ডিচেম্বৰত গুৱাহাটীলৈ আহিব ৰাহুল গান্ধী । ৰাহুল গান্ধীৰ লগতে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ আৰু কেইবাগৰাকীও জ্যেষ্ঠ নেতা উক্ত প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকিব ।

আৰু পঢ়কঃ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী আইনৰ অভিনৱ প্ৰতিবাদ

Intro:গুৱাহাটী, ২৫ ডিচেম্বৰঃ কংগ্ৰেছ দলে ৰাজ্যজুৰি অব্যাহত ৰাখিছে "কা" ৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী । ইয়াৰে অংশস্বৰূপে ২৮ ডিচেম্বৰত প্ৰদেশ কংগ্ৰেছে গুৱাহাটীৰ খানাপাৰাস্থ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰিছে এক বিশাল প্ৰতিবাদী সভা ।Body:সেই প্ৰতিবাদী সভাত ভাগ লবলৈ ২৮ ডিচেম্বৰত গুৱাহাটীলৈ আহিব ৰাহুল গান্ধী ।Conclusion:ৰাহুল গান্ধীৰ লগতে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ আৰু কেইবাগৰাকীও জ্যেষ্ঠ নেতা উক্ত প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকিব ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.