গুৱাহাটী,3 মাৰ্চঃসমাগত লোকসভা নিৰ্বাচন ৷ নিৰ্বাচনী বৈতৰণী পাৰ কৰিবলৈ এতিয়া আৰম্ভ হৈছে প্ৰতিশ্ৰুতি আৰু প্ৰলোভনৰ ৰাজনীতি ৷ কিন্তু জনতাই প্ৰকৃততে দেখা পাইছেনে উন্নয়ন আৰু প্ৰগতিৰ সঁচা ছবিখন ৷ আমাৰ সাংবাদিক কাষ চাপিছিল গুৱাহাটী মহানগৰীৰ বশিষ্ঠৰ বহুকেইগৰাকীসাধাৰণ জনতাৰ ৷ এইসকল লোকৰ মুখেৰেই শুনো আহক উন্নয়নৰ প্ৰকৃত স্বৰূপ আচলতে কি ? উন্নয়নৰ পোহৰ দেখিছে মহানগৰীৰ এইটো অঞ্চলে ...
উন্নয়নে ঢুকি নোপোৱা বশিষ্ঠবাসীৰ মনৰ কথাৰে... - PUBLIC REACTIONS
লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত এতিয়া সকলোতে আৰম্ভ হৈছে উন্নয়নৰ হিচাপ-নিকাচ ৷ জনতাৰ কাঠগড়াত এতিয়া চলি আছে নেতাৰ প্ৰলোভন আৰু উন্নয়নৰ ফোপোলা স্বৰূপৰ বিচাৰ ৷ জনতাৰ এইসমূহ অভাৱ অভিযোগ আৰু আগন্তুক নিৰ্বাচনত ভোটদান সম্পৰ্কত আমাৰ সাংবাদিক কাষ চাপিছিল মহানগৰীৰ বশিষ্ঠৰ একাংশ মহিলা ভোটাৰৰ ...
![উন্নয়নে ঢুকি নোপোৱা বশিষ্ঠবাসীৰ মনৰ কথাৰে...](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2885921-334-a27536e3-9c80-4a99-97c2-ae233beee312.jpg?imwidth=3840)
উন্নয়নে ঢুকি নোপোৱা বশিষ্ঠবাসীৰ মনৰ কথাৰে...
গুৱাহাটী,3 মাৰ্চঃসমাগত লোকসভা নিৰ্বাচন ৷ নিৰ্বাচনী বৈতৰণী পাৰ কৰিবলৈ এতিয়া আৰম্ভ হৈছে প্ৰতিশ্ৰুতি আৰু প্ৰলোভনৰ ৰাজনীতি ৷ কিন্তু জনতাই প্ৰকৃততে দেখা পাইছেনে উন্নয়ন আৰু প্ৰগতিৰ সঁচা ছবিখন ৷ আমাৰ সাংবাদিক কাষ চাপিছিল গুৱাহাটী মহানগৰীৰ বশিষ্ঠৰ বহুকেইগৰাকীসাধাৰণ জনতাৰ ৷ এইসকল লোকৰ মুখেৰেই শুনো আহক উন্নয়নৰ প্ৰকৃত স্বৰূপ আচলতে কি ? উন্নয়নৰ পোহৰ দেখিছে মহানগৰীৰ এইটো অঞ্চলে ...
উন্নয়নে ঢুকি নোপোৱা বশিষ্ঠবাসীৰ মনৰ কথাৰে...
উন্নয়নে ঢুকি নোপোৱা বশিষ্ঠবাসীৰ মনৰ কথাৰে...
Intro:নিৰ্বাচনৰ ঢৌ এতিয়া আকাশে বতাহে। প্ৰাৰ্থী সকলেও নিৰ্বাচনী প্ৰচাৰৰ যুঁজত জঁপিয়াই পৰিছে। বিভিন্ন স্থানত নিৰ্বাচনীৰ প্ৰাৰ্থী সকলে নিৰ্বাচনী সভাত ভাষণ দিছে প্ৰতিশ্ৰুতি দিছে আৰু নিজৰ কামৰ খতিয়ান দাঙি ধৰিছে। মুঠতে তেওঁলোকে কি কৰিব বা আগন্তুক নিৰ্বাচনত বিজয়ী হলে কি কৰিব তাকে লৈ ভাষণৰ আদিৰ পৰা অন্তলৈ ফুলজাৰী মাৰিছে। কিন্তু সাধাৰণ জনতা সকলে কলে উন্নয়নৰ আচল ছবি খনৰ বিষয়ে।
Body:সাধাৰণ ৰাইজে কেনেকৈ কি পৰিস্থিতি আছে সেই বিষয়ে ৰাইজৰ মুখেৰেই ললো বাৰ্তা। বশিষ্ঠৰ সাধাৰণ জনতাৰ মুখেৰে ওলাল চৰকাৰৰ প্ৰকৃত উন্নয়নৰ স্বৰূপ।ৰাস্তা ঘাট লগতে পানীৰ ব্যৱস্থাই হৈ নুঠিল এতিয়ালৈ। তেওঁলোকৰ বিলৈ কোনো এখন চৰকাৰে নেদেখিলে। প্ৰাৰ্থী লগত কষ্ট কৰি ঘূৰি দিয়ে কিন্তু জিকাৰ পিছত তেওঁলোকক উলতীয়ে নাচায় মন্ত্ৰী সকলে। গতিকে এইবাৰ প্ৰাৰ্থী চাই উপযুক্ত জনক ভোট দিয়াৰ সিদ্ধান্ত বৈশিষ্ঠ বাসীৰ।
Conclusion: