ETV Bharat / state

প্ৰিয়ংকা ৰেড্ডীৰ ন্যায়ৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ত মৌন প্ৰতিবাদ

হায়দৰাবাদত সংঘটিত পশু চিকিৎসক প্ৰিয়ংকা ৰেড্ডীৰ হত্যাকাণ্ডৰ বিৰুদ্ধে ওলাই আহিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী সমাজ ৷ প্ৰিয়ংকা ৰেড্ডীৰ হত্যাৰ লগত জড়িত দোষীক উপযুক্ত শাস্তিৰ দাবীত ওলাই আহিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকল ৷

ETV BHARAT
প্ৰিয়ংকা ৰেড্ডীৰ ন্যায়ৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ত মৌন প্ৰতিবাদ
author img

By

Published : Dec 3, 2019, 11:06 PM IST

গুৱাহাটী, 3 ডিচেম্বৰঃ ধৰ্ষণ আৰু হত্যাৰ বলি হোৱা ডাঃ প্ৰিয়ংকা ৰেড্ডীৰ ন্যায় বিচাৰি গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত মৌন প্ৰতিবাদ ৷ বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ ছাত্ৰ-ছাত্ৰী সকলে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

প্ৰিয়ংকা ৰেড্ডীৰ ন্যায়ৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ত মৌন প্ৰতিবাদ

হায়দৰাবাদত ধৰ্ষণ আৰু হত্যাৰ বলি হোৱা ডঃ প্ৰিয়ংকা ৰেড্ডীৰ ন্যায় বিচাৰি মঙ্গলবাৰে গুৱাহাটী বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে মৌন প্ৰাৰ্থনা কাৰ্যসূচী হাতত লয়। প্ৰিয়ংকা ৰেড্ডীৰ ঘটনাক তীব্ৰ গৰিহণা জনায় শিক্ষাৰ্থীসকলে । মৌন আৰু শান্তিপূৰ্ণভাৱে এনেদৰে মমবাতি জ্বলাই ধৰ্ষিতাৰ ন্যায়ৰ দাবী তুলিলে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰী সকলে । এই কাণ্ডত জড়িত সকলোকে কঠোৰ শাস্তি প্ৰদান কৰি নাৰী সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে । ইফালে বিগত সময়চোৱাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত হৈ যোৱা ছাত্ৰী যৌন নিৰ্যাতনৰ ঘটনা সন্দৰ্ভত বিশ্ববিদ্যালয় কৰ্তৃপক্ষক বহুবাৰ স্মাৰক পত্ৰ দিয়াৰ উপৰিও নাৰী সুৰক্ষাৰ বাবে আবেদন জনাই আহিছে যদিও কোনোধৰণৰ সুফল আজিপৰ্যন্ত পোৱা নাই বুলিও জনাই শিক্ষাৰ্থীসকলে । গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত হৈ যোৱা এনেকুৱা ঘটনা আৰু নাৰী সুৰক্ষা সন্দৰ্ভত শিক্ষাৰ্থীসকলে ক্ষোভ ব্যক্ত কৰে ছাত্ৰ-ছাত্ৰী সকলে ৷ তদুপৰি চৰকাৰ তথা প্ৰশাসনক আগন্তুক দিনত এনে ধৰণৰ ঘটনা যাতে দুনাই সংঘটিত নহয় তাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে প্ৰতিবাদী শিক্ষাৰ্থীসকলে ৷

লগতে পঢ়ক - ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হোৱাটো আমি বিচাৰোঃ অতুল বৰা

Intro:হাদৰাবাদত ধৰ্ষণ আৰু হত্যাৰ বলি হোৱা ডঃ প্ৰিয়ংকা ৰেড্ডীৰ ন্যায় বিচাৰি মঙ্গলবাৰে গুৱাহাটী বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে মৌন প্ৰাৰ্থনাৰ কাৰ্যসূচী হাতত লয়। প্ৰিয়ংকা ৰেড্ডীৰ লগত সংঘটিত হোৱা ঘটনাৰ তীব্ৰ গৰিহণা জনাই ছাত্ৰসমাজে। মৌন আৰু শান্তিপূৰ্ণভাৱে এনেদৰে মমবাতি জ্বলাই ধৰ্ষিতাৰ ন্যায়ৰ দাবী তুলিলে ছাত্র সমাজে। এই জঘন্যকাণ্ডত জড়িত সকলোকে কঠোৰ শাস্তি প্ৰদান কৰি নাৰী সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে। ইফালে বিগত সময়চোৱাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত হৈ যোৱা ছাত্ৰী যৌন নিৰ্যাতনৰ ঘটনা সন্দৰ্ভত বিশ্ববিদ্যালয় কৰ্তৃপক্ষক বহুবাৰ স্মাৰক পত্ৰ দিয়াৰ উপৰিও নাৰী সুৰক্ষাৰ বাবে আবেদন জনাই আহিছে যদিও কোনোধৰণৰ সুফল আজিপৰ্যন্ত পোৱা নাই বুলি জনাই ছাত্ৰসকলে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত হৈ যোৱা এনেকুৱা ঘটনা আৰু নাৰী সুৰক্ষা সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ অভিজ্ঞতা আৰু মত বিনিময় কৰে।Body:Guwahati Conclusion:Hirul Haque
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.