ETV Bharat / state

গুৱাহাটীত টায়াৰ জ্বলাই কেব বিৰোধী প্ৰতিবাদ

গুৱাহাটীত কেব বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ ৷ মহানগৰীৰ জালুকবাৰী,মালিগাঁও,খানাপাৰাকে ধৰি কেইবাটাও স্থানত বন্ধ সমৰ্থকে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ।

author img

By

Published : Dec 9, 2019, 10:57 AM IST

protest against CAB at guwahati
গুৱাহাটীত টায়াৰ জ্বলাই কেব বিৰোধী প্ৰতিবাদ

গুৱাহাটী, 9 ডিচেম্বৰ : মহানগৰীত কেব বাতিলৰ দাবীত পুৱাৰে পৰা উত্তাল প্ৰতিবাদ। মহানগৰীৰ জালুকবাৰী,মালিগাঁও,খানাপাৰাকে ধৰি কেইবাটাও স্থানত বন্ধ সমৰ্থকে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদস্থলীত আৰক্ষী উপস্থিত হৈ বন্ধ সমৰ্থকক খেদি পঠিয়াই যদিও বাহন চালকক বন্ধ মানি ল'বলৈ আহ্বান জনাই সমৰ্থকসকলে। বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'লে অসমীয়াৰ কি অৱস্থা হ'ব তাৰো বুজনি দিয়াৰ চেষ্টা কৰে প্ৰতিবাদকাৰীয়ে। উল্লেখ্য যে কেইবাটাও জনগোষ্ঠীয় সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল আৰু ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত অসম বন্ধৰ আহ্বান জনাইছিল। তাৰোপৰি বন্ধৰ পূৰ্ণ সমৰ্থন জনাইছিল কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

আৰু পঢ়ক : কেব সম্পৰ্কে সংবাদমেলৰ আয়োজন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

Intro:কেব বাতিলৰ দাবীত পুৱাৰে পৰা উত্তাল হ'ল গুৱাহাটী মহানগৰী। মহানগৰীৰ জালুকবাৰী, মালিগাঁও, খানাপাৰাকে ধৰি কেইবাটাও স্থানত বন্ধ সমৰ্থকে টায়াৰ জ্বলাই সাব্যস্ত কৰে প্ৰতিবাদ। পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বন্ধ সমৰ্থকক খেদি পঠিয়াই। বাহন চালকক বন্ধ মানি ল'বলৈ আহ্বান জনাই সমৰ্থকসকলে। বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'লে অসমীয়াৰ কি অৱস্থা হ'ব তাৰো বুজনি দিয়াৰ চেষ্টা কৰে সমৰ্থকসকলে। উল্লেখযোগ্য যে কেইবাটাও জনগোষ্ঠীয় সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল আৰু ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত এই অসম বন্ধৰ আহ্বান জনাইছিল। তাৰোপৰি বন্ধৰ পূৰ্ণ সমৰ্থন জনাইছিল কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.