ETV Bharat / state

গুৱাহাটীত ৫ জানুৱাৰীত সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে সাংগিতিক প্ৰতিবাদ - protest against C(A)A in 5 January

৫ জানুৱাৰীত গুৱাহাটীত হ'ব সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে প্ৰতিবাদ । ছাত্ৰসমাজ, শিল্পীসমাজ আৰু অসমৰ ৰাইজক শৈল্পিক প্ৰতিবাদত অংশ ল'বলৈ আহ্বান শিল্পী সমাজৰ ৷

protest against C(A)A at guwahati
গুৱাহাটীত ৫ জানুৱাৰীত সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে সাংগিতিক প্ৰতিবাদ
author img

By

Published : Jan 3, 2020, 8:48 AM IST

গুৱাহাটী, 3 জানুৱাৰী : শিল্পী সমাজৰ আহ্বানত ৫ জানুৱাৰীত গুৱাহাটীত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হ'ব প্ৰতিবাদ ৷ সাংগিতিক সমদলৰে নাগৰিকত্ব সংশোধনী আইন প্ৰত্যাহাৰৰ দাবী জনাব অসমীয়াই । জালুকবাৰীস্থিত ড0 ভূপেন হাজৰিকা সমাধিক্ষেত্ৰৰ পৰা দীঘলীপুখুৰী পাৰলৈ উলিওৱা হ'ব সমদল । প্ৰায় 100 ঢুলীয়াৰ ঢোলৰ চেওত কঁপিব মহানগৰী । ছাত্ৰসমাজ, শিল্পীসমাজ আৰু অসমৰ ৰাইজ একত্ৰিত হৈ জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে যুঁজি যোৱাৰ সংকল্প লোৱা হ'ব বুলি প্ৰকাশ কৰে যুৱ-প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে । সকলোকে ঐক্যবদ্ধ হৈ থাকিবলৈও আহ্বান জনাই জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে ।

গুৱাহাটীত ৫ জানুৱাৰীত সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে সাংগিতিক প্ৰতিবাদ

আৰু পঢ়ক : গুৱাহাটীত দেশৰ সৰ্ববৃহৎ যুৱ ক্ৰীড়া সমাৰোহ ’’ খেল’ ইণ্ডিয়া 2020

Intro:অহা ৫ জানুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'ব সংশোধিত নাগৰিকত্ব আইন ২০১৯ৰ বিৰুদ্ধে শৈল্পিক প্ৰতিবাদ। সাংগিতিক সমদলৰে কা' প্ৰত্যাহাৰৰ দাবী জনাব অসমীয়াই। শিল্পী সমাজৰ আহ্বানত জালুকবাৰীস্থিত ড০ ভূপেন হাজৰিকা সমাধিক্ষেত্ৰৰ পৰা দিঘলীপুখুৰী পাৰলৈ উলিওৱা হ'ব এই সমদল। প্ৰায় ১০০ ঢুলীয়াৰ ঢোলৰ চেউত কপি উঠিব গুৱাহাটী মহানগৰী। ছাত্ৰসমাজ, শিল্পীসমাজ আৰু অসমৰ ৰাইজৰ একত্ৰিত হৈ জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে যুঁজি যোৱাৰ সংকল্প লোৱা হ'ব। ইতিমধ্যেই যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে প্ৰকাশ কৰিছে এই কথা। সকলোকে ঐক্যবদ্ধ হৈ থাকিবলৈও আহ্বান জনাই জুবিন গাৰ্গে। Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.