ETV Bharat / state

আমিনগাঁও আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি, মহিলাক শালীনতা হানিৰ অভিযোগ

author img

By

Published : Aug 17, 2019, 12:40 PM IST

আমিনগাঁৱৰ শক্তি বিভাগৰ কাৰ্যালয় লণ্ডভণ্ড কৰা অপৰাধীক বিচাৰি আৰক্ষীয়ে নিৰপৰাধীক নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ , মহিলা আৰু কিশোৰীৰ কাপোৰ ফালি শালিনতা হানিৰ চেষ্টা, প্ৰতিবাদ কৰিবলৈ যোৱা বৃদ্ধাক গুৰুলা গুৰুলকৈ প্ৰহাৰ

আমিনগাঁও আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি, মহিলাক শালীনতা হানিৰ অভিযোগ

কামৰূপ, 17 আগষ্টঃ আমিনগাঁৱৰ শক্তি বিভাগৰ কাৰ্যালয় লণ্ডভণ্ড কৰা অপৰাধীক বিচাৰি আৰক্ষীয়ে নিৰপৰাধীক নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উঠিছে ৷ দোষীক কৰায়ত্ত কৰিবলৈ গৈ মহিলাৰ কোঠাত প্ৰৱেশ কৰি আৰক্ষীয়ে ভিডিঅ' কৰাৰো গুৰুতৰ অভিযোগ উঠিছে আমিনগাওঁ আৰক্ষীৰ বিৰুদ্ধে ।

যোৱা 7 জুলাইত অনিয়মীয়া বিদ্যুৎ যোগানত অতিষ্ঠ হৈ একাংশ লোকে আমিনগাঁৱৰ শক্তি বিভাগৰ কাৰ্যালয় লণ্ড ভণ্ড কৰছিল ৷ তাৰ পাছতেই এই ঘটনাৰ লগত জড়িত দোষীক গ্ৰেপ্তাৰ কৰিবলৈ তৎপৰ হৈছিল আমিনগাঁও আৰক্ষী ৷ কিন্তু ঘটনাৰ তদন্ত কৰিবলৈ যোৱাৰ নামত আমিনগাঁও আৰক্ষীয়ে মহিলা আৰু কিশোৰীৰ কাপোৰ ফালি শালিনতা হানি কৰাৰ গুৰুতৰ অভিযোগ উঠিছে ৷

এই অভিযোগৰ পাছতেই শনিবাৰে ন্যায় বিচাৰি আমিনগাওঁ আৰক্ষী চকীত প্ৰতিবাদ সাব্যস্ত কৰে আমিনগাঁওবাসীয়ে ৷ কিন্তু গুৰুত্বপূৰ্ণ যে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যোৱা এগৰাকী বৃদ্ধাক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে আমিনগাঁও আৰক্ষীয়ে ৷ ক্ষোভিত ৰাইজক নিয়ন্ত্ৰণৰ বাবে অৱশেষত আমিনগাঁও আৰক্ষী চকীত কামৰূপ জিলা আৰক্ষীৰ শীৰ্ষ বিষয়া আৰু দণ্ডাধীশ উপস্থিত হৈ সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ আশ্বাস কৰাৰ পাছতহে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে ৷

Intro:*SLUG= AMINGAON POLICE STATION HEATED SITUATION*

👉আমিনগাওঁ আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি ।
👉বৃদ্ধা আৰু কিশোৰীক প্ৰহাৰক কেন্দ্ৰ কৰি সৃষ্টি হয় এই পৰিস্থিতিৰ ।
👉আচামীক কৰায়ত্ব কৰিবলৈ গৈ আৰক্ষীয়ে মহিলাৰ শালিনতা হানী কৰাৰ অভিযোগ ভুক্তভূগীৰ ।
👉আৰক্ষীয়ে মহিলাৰ কাপোৰ ফলাৰো অভিযোগ স্থানীয় ৰাইজৰ ।
👉ন্যায় বিচাৰি প্ৰতিবাদ মূখৰ হোৱা বৃদ্ধাক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিলে আৰক্ষীয়ে ।
👉পৰিস্থিতি নিয়ন্ত্ৰনৰ বাবে ঘটনাস্থলীত উপস্থিত কামৰূপ জিলা আৰক্ষীৰ উচ্চ প্ৰদস্থ বিষয়া ।

V/O= অনিয়মীয়া বিদ্যুত যোগানৰ বাবে আমিনগাৱৰ APDCL কাৰ্যালয়ত যোৱা ৭ জুলাইত সংঘটিত হৈছিল এক অপ্ৰীতিকৰ ঘটনা । কেইবাশ লোকে কাৰ্যলয়টো ঘেৰাও কৰাৰ লগতে আন একাংশ লোকে লণ্ডভণ্ড কৰিছিল কাৰ্যলয়টোৰ মূল্যবান আচবাব পত্ৰ । কিন্তু কোনে নষ্ট কৰিছিল কাৰ্যলয়টোৰ মূল্যবান সামগ্ৰী ? এই লৈ হঠাৎ তৎপৰ হৈ পৰিছে আমিনগাওঁ আৰক্ষী । দোষীক আটক কৰাৰ নামত আমিনগাওঁ আৰক্ষীয়ে এগৰাকী বৃদ্বাক মাৰপিট কৰাৰ লগতে মহিলাৰ কাপোৰ ফালি দিয়াৰ গুৰুতৰ অভিযোগ উঠিছে । যাৰবাবে আমিনগাও আৰক্ষী চকী ঘেৰাও কৰিবলৈ ওলাই আহিল অগণন পুৰুষ-
মহিলা ।=BYTE

Body:*

V/O= খাকী পোচাক ধাৰীৰ ওপৰত পুনৰ খং উজাৰিলে আমিনগাৱৰ ৰাইজে । আমিনগাও আৰক্ষী চকীৰ সন্মুখত ৰাইজৰ তীব্ৰ
প্ৰতিবাদ । অগণন পুৰুষ- মহিলাৰ তীব্ৰ প্ৰতিবাদত কপি উঠিল আৰক্ষী চকীখন । প্ৰতিবাদী জনতাক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে গঢ়িলে যুদ্ধ সদৃশ বেষ্টনী ।

V/O= আমিনগাৱৰ APDCLৰ কাৰ্যলয় লণ্ডভণ্ড কৰা অপৰাধীক বিচাৰি আৰক্ষীয়ে নিৰপৰাধীক নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উঠিছে । দোষীক কৰায়ত্ব কৰিবলৈ গৈ অসংযত অবস্থাত থকা মহিলাৰ কোঠাত প্ৰবেশ কৰি আৰক্ষীয়ে ভিডিঅ কৰাৰো গুৰুতৰ অভিযোগ আমিনগাওঁ আৰক্ষী বিৰুদ্ধে । আচামীক কৰায়ত্ব কৰিবলৈ গৈ আৰক্ষীয়ে মহিলাৰ/কিশোৰীৰ শালিনতা হানী কৰাৰ চাঞ্চল্যকৰ অভিযোগ । বৃদ্ধাৰ ওপৰত লাঠী চলালে আৰক্ষীয়ে । কেৱল এয়ে নহয় মহিলাৰ কাপোৰ ফালি দিয়াৰো অভিযোগ ক্ষোভিত ৰাইজৰ । আৰক্ষী হাই হাই ধ্বনিৰে মুখৰিত আমিনগাওঁ ।=BYTE

Conclusion:

অৱশেষত আমিনগাও আৰক্ষী চকীত উপস্থিত হ'ল কামৰূপ জিলা আৰক্ষীৰ শীৰ্ষ বিষয়া আৰু দণ্ডাধীশ । সমগ্র ঘটনাৰ উচিত তদন্তৰ আশ্বস প্ৰদান কৰাৰ পিছত নিয়ন্ত্ৰণলৈ আহে উত্তেজিত জনতা ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.