ETV Bharat / state

পাঁচ বছৰত কিমান সম্পত্তি গঢ়িলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে !

ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে 1,14,76,364.81 টকা ৷ সমান্তৰালভাৱে মুখ্যমন্ত্ৰী গৰাকীৰ বৰ্তমানৰ স্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে 2,02,95,000 টকা ৷

যোৱা পাঁচ বছৰত কিমান সম্পত্তি গঢ়িলে ৰাজ্যৰ মুখ্যন্ত্ৰী সৰ্বানন্দ সোণোৱালে !

author img

By

Published : Mar 9, 2021, 11:00 PM IST

Updated : Mar 10, 2021, 3:51 PM IST

মাজুলী,9 মাৰ্চ: ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বুধবাৰে নিৰ্বাচনী বিষয়াৰ ওচৰত দাখিল কৰিলে স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ তালিকা ৷ দাখিল কৰা সম্পত্তিৰ পৰিমাণ অনুসৰি সৰ্বানন্দ সোণোৱালৰ বেংকত 380,2498.98 টকা জমা থকাৰ লগতে 39,030.13 টকা তেওঁ নিজৰ হাতত জমা ৰাখিছে ৷

যোৱা পাঁচ বছৰত কিমান সম্পত্তি গঢ়িলে ৰাজ্যৰ মুখ্যন্ত্ৰী সৰ্বানন্দ সোণোৱালে !
যোৱা পাঁচ বছৰত কিমান সম্পত্তি গঢ়িলে ৰাজ্যৰ মুখ্যন্ত্ৰী সৰ্বানন্দ সোণোৱালে !

ইফালে, তেওঁৰ অইল ইণ্ডিয়াৰ লগত শ্বেয়াৰ 13,04,697.70 টকা থকাৰ বিপৰীতে এলআইচি, আইচিচিআই আৰু এইচডিএফচিৰ বীমা পলিচিত জমা কৰিছে 43,26,461 টকা ৷ সৰ্বানন্দ সোণোৱালৰ ব্যক্তিগত ধাৰ আছে 16,78,707 টকা ৷ ইফালে, সোণোৱালৰ অস্থাৱৰ সম্পত্তি পৰিমান হৈছে 1,14,76,364.81 টকা ৷ সমান্তৰালভাৱে মুখ্যমন্ত্ৰী গৰাকীৰ বৰ্তমানৰ স্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে 2,02,95,000 টকা ৷

যোৱা 2016 চনত নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰা অস্থাৱৰ সম্পত্তিৰ পৰিমাণ আছিল 1,01,37,910 টকা ৷ ইয়াৰ বিপৰীতে তেওঁ স্থাৱৰ সম্পত্তিৰ পৰিমাণ মাত্ৰ 40,40,000 টকা ৷ অৰ্থাৎ এই তথ্য পৰা এটা কথা স্পষ্ট হয় যে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে 5 বছৰীয়া কাৰ্যকালত সম্পত্তি গঢ়িছে 1,35,53,484 টকাৰ ৷

Property of Sarbananda Sonowal

লগতে পঢ়ক: চতিয়া সমষ্টিত কংগ্ৰেছৰ জয় নিশ্চিত: প্ৰাণেশ্বৰ বসুমতাৰী

Last Updated : Mar 10, 2021, 3:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.