ETV Bharat / state

ব্যক্তিগতকৰণ নহয় অসম ৰাজ্যিক চিৰিয়াখানা

author img

By

Published : Sep 7, 2020, 12:05 PM IST

ব্যক্তিগতকৰণ কৰা হোৱা নাই অসম ৰাজ্যিক চিৰিয়াখানা ৷ এই কথা স্পষ্ট কৰিলে চিৰিয়াখানাখনৰ বন বিষয়া তেজশ্ব মৰিশ্বামীয়ে ৷

Privatization of Assam state Zoo is false: Tejash Maheshwari
ব্যক্তিগতকৰণ কৰা হোৱা নাই অসম ৰাজ্যিক চিৰিয়াখানা

গুৱাহাটী,7 ছেপ্তেম্বৰঃ শেহতীয়াকৈ অসম ৰাজ্যিক চিৰিয়াখানাৰ ব্যক্তিগতকৰণৰ বাতৰিয়ে বহু চৰ্চা লাভ কৰিছে ৷ একাংশ লোকে অসম ৰাজ্যিক চিৰিয়াখানাক চৰকাৰে ব্যক্তিগতকৰণ কৰা বুলি প্ৰচাৰ কৰি আহিছে ৷ এই বাতৰি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চিৰিয়াখানাৰ বন বিষয়া তেজশ্ব মৰিশ্বামীয়ে ৷ এইসন্দৰ্ভত বিষয়াগৰাকীয়ে কয় যে, অসম ৰাজ্যিক চিৰিয়াখান ব্যক্তিগতকৰণৰ যি বাতৰিয়ে সম্প্ৰতি বহুল চৰ্চা লাভ কৰিছে সেই বাতৰি সম্পূৰ্ণ ভুৱা ৷ একংশ লোকে ভিত্তিহীনভাৱে ভুৱা প্ৰচাৰ চলাই আছে ৷ চিৰিয়াখানাখন বৰ্তমানলৈকে ৰাজ্য চৰকাৰৰ অধীনতে থকা বুলি স্পষ্ট কৰি দিয়ে বন বিষয়াগৰাকীয়ে ৷

বন বিষয়া তেজশ্ব মৰিশ্বামীৰ স্পষ্টীকৰণ

লগতে পঢ়ক-চিৰাঙত সক্ৰিয় বনবিভাগঃ এমাহতে আটক 4 দুধৰ্ষ চিকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.