ETV Bharat / state

ঘণ্টাজোৰা সংবাদমেলত কি কি ক'লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ! - বিভিন্ন ঘটনাৰ লগতে কেইবাটাও চৰকাৰী বিষয়ত আলোচনা

CAAৰ আন্দোলনৰ সময়ত হোৱা বিভিন্ন ঘটনাৰ লগতে কেইবাটাও চৰকাৰী বিষয়ত আলোচনা আগবঢ়ায় সংবাদমেলখনত ৷

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল
author img

By

Published : Dec 23, 2019, 11:07 PM IST

গুৱাহাটী, 23 ডিচেম্বৰ: আজি গুৱাহাটীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেশৱ মহন্ত আৰু সাংসদ পল্লৱ লোচনৰ তৎপৰতাত এক সংবাদমেল অনুষ্ঠিত হয় ৷ য'ত CAAৰ আন্দোলনৰ সময়ত হোৱা বিভিন্ন ঘটনাৰ লগতে কেইবাটাও চৰকাৰী বিষয়ত মন্তব্য আগবঢ়ায় ৷

CAA লৈ আন্দোলনৰ নামত কৰা চৰকাৰী সম্পত্তি ধংস আৰু চ'চিয়েল মিডিয়াত বিভ্ৰান্ত মূলক মন্তব্য তথা পোষ্ট আৰু তেনে পোষ্ট কৰা লোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।

চ'চিয়েল মিডিয়াত বিভ্ৰান্ত পোষ্ট কৰা লোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা

চাহ বাগিচাৰ লোক সকলক বিভ্ৰান্ত কৰিবলৈ বাংলাদেশী হিন্দু লোকক বাগিচাত সংস্থাপন দিব বুলি অপপ্ৰচাৰ কৰা ব্যক্তিৰ ওপৰত আইনী ব্যৱস্থা ল'ব ।

চাহ বাগিচাৰ লোক সকলক বিভ্ৰান্ত কৰা সোকসকলৰ বিৰুদ্ধে লোৱা হ'ব আইনী ব্যৱস্থা

এন আৰ চিৰ যি প্ৰক্ৰিয়া আধা হৈ আছে সেইটো যাতে সম্পূৰ্ণ হয় তাৰ বাবে ভাৰত চৰকাৰক অনুৰোধ জনোৱা হ'ব ৷ বৰ্তমানৰ এন আৰ চিক লৈ তেওঁলোক সন্তুষ্ট নহয় ৷

বৰ্তমানৰ এন আৰ চিক লৈ অসন্তুষ্ট

মথাউৰী নিৰ্মাণৰ বাবে 1000 কোটি টকা অনুমোদন ।

মথাউৰী নিৰ্মাণৰ বাবে 1000 কোটি টকা অনুমোদন

লগতে পঢ়ক:

Intro:মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা , কেশৱ মহন্ত আৰু সাংসদ পল্লব লোচনৰ যুটীয়া সংবাদমেল -----
• CAA লৈ আন্দোলনৰ নামত কৰা চৰকাৰী সম্পত্তি ধংশ কৰা আৰু সামাজিক মাধ্যম তথা ফেচবুকত বিভ্ৰান্ত মূলক মন্তব্য , পোষ্ট কৰা লোক সকলৰ বিৰুদ্ধে গোচৰ ৰুজু ।
• ১০ গৰাকী লোকক বৰ্তমানলৈ গ্ৰেফটাৰ কৰা হৈছে
• ২৩ জন লোকক আটক কৰি এৰি দিয়া হৈছে ।
• ভাৰতৰ বাহিৰেও ডুবাই আৰু অন্যান্য দেশ সমূহৰ পৰাও ফেচবুকত পোষ্ট দিছিল ।
• ৫৮ পোষ্ট বৰ্তমানলৈ দিলিত কৰা হৈছে ।
• ২০৬ টা ফেচবুক পোষ্ট ডিটেক্ট কৰা হৈছে ।
• ২৪৪ টা গোচৰ বৰ্তমানলৈ লোৱা হৈছে ।
• ৩৯৩ জন ব্যক্তিক আটক কৰা হৈছে ।

Body:• চাহ বাগিচাৰ লোক সকলক বিভ্ৰান্ত কৰিবলৈ হিন্দু বেংগলিক বাগিচাত সংস্থাপন কৰিব বুলি অপপ্ৰচাৰ কৰা ব্যক্তিৰ ওপৰত অইন গত ব্যৱস্থা লব ।

Conclusion:• NRC লৈ মন্তব্য মন্ত্ৰী হিমন্তৰ উচ্চতম ন্যায়ালয়ে যেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়া আমি গ্ৰহণ কৰিব লাগিব ।

• ২০২০- ২১ ত মথাউৰী নিৰ্মাণৰ বাবে ১০০০ কোটি টকা অনুমোদন ।

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.