ETV Bharat / state

এন আৰ চিক লৈ অসন্তুষ্টি থাকিলে দায়ী হ'ব চৰকাৰ : প্ৰফুল্ল কুমাৰ মহন্ত

author img

By

Published : Aug 31, 2019, 9:36 PM IST

Updated : Aug 31, 2019, 10:30 PM IST

আজি অসমবাসীৰ বাবে এটা ঐতিহাসিক দিন ৷ দীৰ্ঘদিনীয়া আশা-প্ৰত্যাশাৰ অন্তত আজি প্ৰকাশিত হ'ল এন আৰ চি ৷ এন আৰ চি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাত হৈছে, অসুখী হোৱাৰ কিবা থাকিলে তাৰ বাবে চৰকাৰ দায়ী হ'ব ৷

এন আৰ চিক লৈ অসন্তোষ্টি থাকিলে দায়ী হ'ব চৰকাৰ

গুৱাহাটী, আগষ্ট 31 : এন আৰ চি সন্দৰ্ভত সংবাদমেল প্ৰফুল্ল কুমাৰ মহন্তৰ ৷ সংবাদ মাধ্যমক সম্বোধন কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, আজি অসমবাসীৰ বাবে এটা ঐতিহাসিক দিন ৷ দীৰ্ঘদিনীয়া আশা-প্ৰত্যাশাৰ অন্তত আজি প্ৰকাশিত হ'ল এন আৰ চি ৷ বহু বাধা বিঘিনি নেওচি প্ৰতীক হাজেলাই এই কাম কৰিলে আৰু অসমৰ 55 হাজাৰ কৰ্মীয়ে নিঃস্বাৰ্থভাৱে কাম কৰাৰ ফল আজি অসমীয়াই লাভ কৰিলে বুলি মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ ৷

সংবাদমেলতে অসম আন্দোলনৰ বহু প্ৰাক্তন সতীৰ্থক সোঁৱৰণ কৰিলে প্ৰফুল্ল কুমাৰ মহন্তই ৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেখেতে কয় যে, এন আৰ চি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাত হৈছে, অসুখী হোৱাৰ কিবা থাকিলে তাৰ বাবে চৰকাৰ দায়ী হ'ব ৷ ইয়াৰ লগতে প্ৰফুল্ল কুমাৰ মহন্তই আৰু কয় যে, ভটিয়নী সোঁতত মই যাব নিবিচাৰো । কিন্তু শুদ্ধ এন আৰ চিৰ বাবে ই এখন মাইলৰ খুঁটি হ'ব ৷

অসমবাসীৰ বাবে এটা ঐতিহাসিক দিন

বিগত সময়ত অসমৰ জনসংখ্যা বৃদ্ধিৰ হাৰ সৰ্বভাৰতীয় তুলনাত আছিল দুগুণ, গতিকে বিদেশী বহিস্কাৰ কৰি একে সময়তে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে বিদেশী অনাৰ ব্যৱস্থা নকৰিবলৈ চৰকাৰক আহ্বান মহন্তৰ ৷

Intro:যোৰহাটত চাঞ্চল্যকৰ ঘটনা।।Body:

*টিয়ক চাহ বাগিছাৰ কাণ্ডত গুৰুতৰ ভাবে আহত ড০ দেবেন দত্তৰ কৰুণ মৃত্যু।

*যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ অনাৰ পথত মৃত্যু চিকিৎসকজনৰ।

*টিয়ক চাহ বাগিচাৰ শ্ৰমিকে প্ৰহাৰ কৰিছিল চিকিৎসকজনক।

*ৰোগীৰ চিকিৎসাৰ হেমাহিৰ অভিযোগ তুলি প্ৰহাৰ কৰিছিল চিকিৎসাকজনক।

*প্ৰায় ৫০০ শ্ৰমিকে প্ৰহাৰ কৰিছিল চিকিৎসকজনক।

*চমৰা মাঝি নামৰ এজন শ্ৰমিক হঠাৎ অসুস্থ হৈ পৰি গৈ মৃত্যুক আঁকোৱালি লৈছিল।

*তাৰ পিছতে উতপ্ত হৈ পৰিছিল পৰিস্থিতি।

*চিকিৎসাজন চিকিৎসালয় আহি পোৱা পলম হোৱাৰ বাবে শ্ৰমিক জনৰ মৃত্যু ঘটিছিল বুলি অভিযোগ আনিছিল বাগিচাখনৰ শ্ৰমিকে।Conclusion:এই ঘটনাই সমগ্র যোৰহাট জিলাত চাঞ্চলৰ সৃষ্টি কৰিছে।কিন্তু বাৰে বাৰে সংঘটিত হোৱা এনে ঘটনাই চিকিৎসা বৃত্তিত জড়িয়ত চিকিৎসাকৰ ভৱিষ্য কি হব।গৈ।ৰাজ্য চৰকাৰে কি বেৱস্হা লব সেইয়া লক্ষণীয়।
Last Updated : Aug 31, 2019, 10:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.