ETV Bharat / state

ছিণ্ডিকেটৰ অভিযোগ ভিত্তিহীনঃ চন্দ্ৰমোহন পাটোৱাৰী

গুৱাহাটী মহানগৰীত সোমবাৰে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ সংবাদমেল ৷ কি ক'লে সংবাদমেলত...

সংবাদমেলত কি ক'লে চন্দ্ৰমোহন পাটোৱাৰীয়ে !
author img

By

Published : Jun 24, 2019, 9:32 PM IST

  • মহানগৰীৰ জনতা ভৱনত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ সংবাদমেল
  • কংগ্ৰেছৰ সাংসদ প্ৰদ্যুত বৰদলৈৰ অভিযোগৰ প্ৰত্যুত্তৰত এই সংবাদমেল মন্ত্ৰীগৰাকীৰ
  • ছিণ্ডিকেট সম্পৰ্কে উত্থাপন কৰা অভিযোগ ভিত্তিহীন বুলি মন্তব্য পাটোৱাৰীৰ
  • ভূতৰ মুখত ৰাম নাম বুলি উপলুঙা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ
  • প্ৰদ্যুৎ বৰদলৈ এজন ব্যৰ্থ নেতা বুলি মন্তব্য পাটোৱাৰীৰ
  • সোণোৱালৰ নিকা ভাবমূৰ্তিক কালিমা সানিবলৈ কংগ্ৰেছে কুটিল ৰাজনীতি কৰিছে বুলি অভিযোগ মন্ত্ৰীগৰাকীৰ

Intro:সোমবাৰে মহানগৰীৰ জনতা ভৱনত মন্ত্ৰী চন্দ্ৰ মোহন পাতৱাৰীয়ে এখনি সংবাদমেল সম্বোধন কৰে । কংগ্ৰেছেৰ সাংসদ প্ৰদ্যুত বৰদলৈৰ অভিযোগৰ প্ৰতু‍্যত্তৰত এই সংবাদমেল মন্ত্ৰী গৰাকীৰ । ছিণ্ডিকেট সম্পৰ্কে উত্থাপন কৰা অভিযোগ ভিত্তিহীন । ছিণ্ডিকেটৰ লগত মুখ্যমন্ত্ৰী কাৰ্যালয়ক সাঙুৰি প্ৰদ্যুত বৰদলৈয়ে কৰা মন্ত্যৱ ভোটৰ মুখত ৰাম নাম বুলি উপলুঙা মন্ত্ৰী চন্দ্ৰ মোহন পাতৱাৰীৰ । পোন্ধৰ বছৰ কংগ্ৰেছৰ শাসন কালত কেবাটাও মন্ত্ৰীৰ দায়িত্ব থকা প্ৰদ্যুত বৰদলৈ এজন ব্যর্থ নেতা । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ নিকা ভাবমূৰ্তিক কালিমা সানিবলৈ কংগ্ৰেছে কুটিল ৰাজনীতি কৰিছে বুলি কয় জ্যেষ্ঠ মন্ত্ৰী গৰাকীয়ে । কংগ্ৰেছ চৰকাৰৰ দিনত অসমত ছিণ্ডিকেট লগতে সমাজ কল্যান , গ্ৰামোন্নয়ন , বন বিভাগ , জলসিঞ্চন বিভাগ সমূহত লুণ্ঠন চলিছিল । প্ৰদ্যুত বৰদলৈয় শক্তি মন্ত্ৰী থকাৰ দিনত অসমত বাঁহৰ খুটাত বিদ্যুৎ দিছিল । লগতে কংগ্ৰেছৰ দিনত চৰকাৰ বিভিন্ন ভবিভাগত চলা দুৰ্নীতিৰ সম্পৰ্কে উত্তৰ দিবলৈ প্ৰত্যহ্বান মন্ত্ৰী পাতৱাৰীৰ ।

Body:সোমবাৰে মহানগৰীৰ জনতা ভৱনত মন্ত্ৰী চন্দ্ৰ মোহন পাতৱাৰীয়ে এখনি সংবাদমেল সম্বোধন কৰে । কংগ্ৰেছেৰ সাংসদ প্ৰদ্যুত বৰদলৈৰ অভিযোগৰ প্ৰতু‍্যত্তৰত এই সংবাদমেল মন্ত্ৰী গৰাকীৰ । ছিণ্ডিকেট সম্পৰ্কে উত্থাপন কৰা অভিযোগ ভিত্তিহীন । ছিণ্ডিকেটৰ লগত মুখ্যমন্ত্ৰী কাৰ্যালয়ক সাঙুৰি প্ৰদ্যুত বৰদলৈয়ে কৰা মন্ত্যৱ ভোটৰ মুখত ৰাম নাম বুলি উপলুঙা মন্ত্ৰী চন্দ্ৰ মোহন পাতৱাৰীৰ । পোন্ধৰ বছৰ কংগ্ৰেছৰ শাসন কালত কেবাটাও মন্ত্ৰীৰ দায়িত্ব থকা প্ৰদ্যুত বৰদলৈ এজন ব্যর্থ নেতা । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ নিকা ভাবমূৰ্তিক কালিমা সানিবলৈ কংগ্ৰেছে কুটিল ৰাজনীতি কৰিছে বুলি কয় জ্যেষ্ঠ মন্ত্ৰী গৰাকীয়ে । কংগ্ৰেছ চৰকাৰৰ দিনত অসমত ছিণ্ডিকেট লগতে সমাজ কল্যান , গ্ৰামোন্নয়ন , বন বিভাগ , জলসিঞ্চন বিভাগ সমূহত লুণ্ঠন চলিছিল । প্ৰদ্যুত বৰদলৈয় শক্তি মন্ত্ৰী থকাৰ দিনত অসমত বাঁহৰ খুটাত বিদ্যুৎ দিছিল । লগতে কংগ্ৰেছৰ দিনত চৰকাৰ বিভিন্ন ভবিভাগত চলা দুৰ্নীতিৰ সম্পৰ্কে উত্তৰ দিবলৈ প্ৰত্যহ্বান মন্ত্ৰী পাতৱাৰীৰ ।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.