ETV Bharat / state

গুৱাহাটীত প্ৰবীণ ভাই টোগাড়িয়াৰ সংবাদমেল - সংবাদমেল

দুদিনীয়া ভ্ৰমণ সূচীৰে গুৱাহাটীত উপস্থিত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ নেতাগৰাকী

প্ৰবীণ ভাই টোগাড়ীয়া
author img

By

Published : Mar 3, 2019, 2:58 PM IST

গুৱাহাটী, ৩ ফেব্ৰুৱাৰী: শনিবাৰে গুৱাহাটীত উপস্থিত হয় কট্টৰ হিন্দুত্ববাদী নেতা প্ৰবীণ ভাই টোগাড়ীয়া । গুৱাহাটীত উপস্থিত হোৱাৰ পাচতে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ নেতা জনে দেওবাৰে এক সংবাদমেল সম্বোধন কৰে ।

ETV BHARAT
প্ৰবীণ ভাই টোগাড়ীয়া

সংবাদমেল খনত উপস্থিত হয় তেখেতে বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰে । তেখেতে কয় যে হিন্দুস্তান নিৰ্মান দলে পঞ্চায়ত বিধানসভা আৰু সংসদীয় নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ লগতে হিন্দুত্বৰ লগতে স্বাস্থ্য ৰোজগাৰ আৰু কৃষকৰ ঋণ মুক্তিৰ বাবে কাম কৰিব । তদুপৰি তেখেতে কয় যে অযোধ্যাৰ ৰামমন্দিৰ নিৰ্মাণ, শূণ্য বাংলাদেশী মুছলিম অসম আৰু ভাৰতবৰ্ষ গঢ়ি তোলাৰ লগতে সংসদত পাৰ্লিয়ামেণ্ট অফ ইকনমিক্স অনুষ্ঠিত কৰা তেঁওলোকৰ দলৰ এজেণ্ডা । শিক্ষা জগত খনৰ সন্দৰ্ভত তেখেতে কয় যে শিক্ষাৰ লগতে কাৰিকৰী শিক্ষাত গুৰুত্ব দিয়াৰ লগতে দশম শ্ৰেণী উত্তীৰ্ন সকলৰ বাবে চাকৰি ব্যবস্থাও কৰা হ'ব ।ইপিনে বাংলাদেশী হিন্দুক গুজৰাতলৈ পঠাই দিয়াৰ দাবী জনাই শৰণাৰ্থী শিবিৰ কেৱল বাংলাদেশী মুছলমানৰ বাবে মন্তব্য প্ৰকাশ কৰে হিন্দুত্ববাদী নেতা জনে । আনহাতে তেখেতে ভাৰতীয় বায়ু সেনাৰ আক্ৰমণৰ পিচতো পাকিস্তানৰ সন্ত্ৰাসবাদী কাৰ্যকালাপ অন্ত পৰা নাই বুলিও মন্তব্য কৰে ।

তদুপৰি ইয়াতে ক্ষান্ত নাথাকি মোডীক কতক্ষ্য কৰি তেখেতে কয় যে মোডীৰ দিনত ৫২ মাহত ৫২ হাজাৰ কৃষকে আত্মহত্যা কৰিছে । লগতে মোদীয়ে কাপোৰৰ উদ্যগত GST লগাই ১ কোটি লোকক নিবনুৱা কৰিলে বুলি কয় মোডীক সমালোচনা কৰে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ নেতা জনে ।

undefined

A_GHY_GHY_3MAR_801_ Praveen Bhai Togadia_VIS_BYT_AKASH
# প্ৰবীণ ভাই টোগাড়ীয়া সংবাদমেল :
# হিন্দুস্তান নিৰ্মান দলে পঞ্চায়ত বিধানসভা আৰু সংসদীয় নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব। 
# হিন্দুত্বৰ লগতে স্বাস্থ্য ৰোজগাৰ আৰু কৃষকৰ ঋণ মুক্তিৰ বাবে কাম কৰিব। 
# অযোধ্যাৰ ৰামমন্দিৰ নিৰ্মান, শূণ্য বাংলাদেশী মুছলিম অসম আৰু ভাৰতবৰ্ষত এই দলৰ এজেণ্ডা 
# মোদীৰ দিনত ৫২ মাহত ৫২ হাজাৰ কৃষকে আত্মহত্যা কৰিছে । 
#সংসদত পাৰ্লিয়ামেণ্ট অফ ইকনমিক্স অনুষ্ঠিত কৰা  আমাৰ এজেণ্ডা । 
# শিক্ষা ব্যবস্থা ৰ পৰিৱৰ্তন । ইংৰাজৰ দিনৰ শিক্ষাব্যৱস্থা চলি আছে এতিয়াও। শিক্ষাৰ লগতে কাৰিকৰী শিক্ষাত গুৰুত্ব দিয়া হব ।দশম শ্ৰেণী উত্তীৰ্ন সকলেৰ বাবে চাকৰি ব্যবস্থা কৰা হব । 
# মোদীয়ে কাপোৰৰ উদ্যগত gst লগাই ১ কোটি লোকক নিবনুৱা কৰিলে । 
#ৰাজনীতিত এবাৰ ৰাইজে বিশ্বাস কৰক আমাক আমি কোৱা মতে কাম কৰিম । 
#অযোধ্যা মথুৰা আৰু কাশীৰ পৰা নিৰ্বাচন খেলাৰ নিমন্ত্ৰণ আহিছে সিদ্ধান্ত চূড়ান্ত হোৱা নাই । 
#UPA NDA ৰ লগত চামিল নহও কোনোপধ্যেই ।
# ভাৰতীয় বায়ু সেনাৰ আক্ৰমণৰ পিছতো পাকিস্তানৰ সন্ত্ৰাসবাদী কাৰ্যকালাপ  অন্ত পৰা নাই ।

 # বাংলাদেশী হিন্দুক গুজৰাতলৈ পঠাই দিয়ক কাম আৰু খাদ্যৰ দায়িত্ব আমাৰ ।
#শৰণাৰ্থী শিবিৰ কেৱল বাংলাদেশী মুছলমানৰ বাবে।
 #বাংলাদেশী হিন্দুক গুজৰাতলৈ পঠাই দিয়ক কাম আৰু খাদ্যৰ দায়িত্ব আমাৰ ।
#শৰণাৰ্থী শিবিৰ কেৱল বাংলাদেশী মুছলমানৰ বাবে।

Visual sent by LU- smart
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.