ETV Bharat / state

ক্ৰাইম ব্ৰাঞ্চৰ জিম্বাত PNRD কেলেঙকাৰীৰ মাষ্টাৰ মাইণ্ড ৰাজীৱ পৰাশৰ - ন্যায়িক দণ্ডাধীশ

ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰে PNRD কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড ৰাজীৱ পৰাশৰ ৷ গুৱাহাটীৰ অনিল প্লাজাৰ পৰা গ্ৰেপ্তাৰ কৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কেলেঙকাৰীৰ মাষ্টাৰ মাইণ্ড ৰাজীৱ পৰাশৰক ৷

PNRD Scandal, Crime branch arrested PNRD Scandal Master Mind Rajiv Parasar
ক্ৰাইম ব্ৰাঞ্চৰ জিম্বাত PNRD কেলেঙকাৰীৰ মাষ্টাৰ মাইণ্ড ৰাজীৱ পৰাশৰ
author img

By

Published : Oct 18, 2020, 12:36 PM IST

গুৱাহাটী, 18 অক্টোবৰ : শুকুৰবাৰে গুৱাহাটীৰ অনিল প্লাজাৰ পৰা গ্ৰেপ্তাৰ কৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কেলেঙকাৰীৰ মাষ্টাৰ মাইণ্ড। PNRD কেলেংকাৰীৰ মূল মাষ্টাৰ মাইণ্ড ৰাজীৱ পৰাশৰক গ্ৰেপ্তাৰ কৰে ক্ৰাইম ব্ৰাঞ্চে। গ্ৰেপ্তাৰ কৰা ৰাজীৱ পৰাশৰ বিজেপিৰ নেতা বুলিও জানিব পৰা গৈছে ৷

ইফালে, লোকজনক গ্ৰেপ্তাৰ কৰাৰ পিচতে লোকজনক কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় । ইতিমধ্যে, ৰাজীৱ পৰাশৰক ক্ৰাইম ব্ৰাঞ্চে 5 দিনৰ নিজৰ জিম্মাত বিচাৰে যদিও 3 দিনৰ জিম্মাত দিয়ে আদালতে ।

ক্ৰাইম ব্ৰাঞ্চৰ জিম্বাত PNRD কেলেঙকাৰীৰ মাষ্টাৰ মাইণ্ড ৰাজীৱ পৰাশৰ

উল্লেখ্য যে, বিগত বৰ্ষত ব্যাপক অনিয়মৰ মাজেৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হৈছিল । সেই কেলেঙকাৰীৰ লগত জড়িত আছিল বিজেপি নেতা ৰাজীৱ পৰাশৰ ।

লগতে পঢ়ক : ৰবাৱ টেঙাৰ জুতি লৈ পথাৰত এদল ডেকা গাভৰু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.