ETV Bharat / state

বানত নিহতৰ পৰিয়াললৈ প্ৰধানমন্ত্ৰীৰ দুই লাখ টকাকৈ সাহাৰ্য - pm declared two lakh

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে ৰাজ্যৰ বান পৰিস্থিতিৰ বিষয়ে টেলিফোন যোগে বুজ লোৱাৰ পিছতে এই ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

pm-declared-two-lakh-death-flood-effacted-pepeole
বানত নিহতৰ পৰিয়াললৈ প্ৰধানমন্ত্ৰীৰ দুই লাখ টকাকৈ সাহাৰ্য
author img

By

Published : Jul 3, 2020, 10:49 PM IST

গুৱাহাটী,৩ জুলাইঃ ৰাজ্যৰ শেহতীয়া বানত প্ৰাণ হেৰুওৱা প্ৰতিগৰাকী দুৰ্ভগীয়া লোকৰ পৰিয়াললৈ প্ৰধানমন্ত্ৰীয়ে আগবঢ়াইছে দুই লাখ টকাকৈ বিশেষ এককালীন সাহাৰ্য । আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে ৰাজ্যৰ বান পৰিস্থিতিৰ বিষয়ে টেলিফোন যোগে বুজ লোৱাৰ পিছতে এই ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ অধীনত এই আৰ্থিক সাহায্যত অনুমোদন জনাইছে প্ৰধানমন্ত্ৰী মোদীয়ে । আজি নিশা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ ফালৰ পৰা সদৰী কৰা হৈছে এই কথা। আনহাতে এই সিদ্ধান্তৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

লগতে পঢ়কঃ 17 বছৰ পিছত টিনপাতৰ চালিৰ তললৈ দিলীপ গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.